728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন

    XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন0

    গুৱাহাটী, ১০ জানুৱাৰীঃ স্বেচ্ছাসেৱী অনুষ্ঠান XOBDO.ORG ৰ বাৰ্ষিক সভাখন ৮ জানুৱাৰীত গুগল মিটৰ জৰিয়তে অনলাইনত অনুষ্ঠিত হয়। এই সভাখনত অনুষ্ঠানটোৰ মূল সদস্যসকলে উল্লেখযোগ্য কৃতিত্ব আৰু ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ সভাখনত ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত XOBDO.ORGৰ পঞ্জীয়ন নবীকৰণৰ কথা ঘোষণা কৰি আশা প্রকাশ কৰে যে এই পঞ্জীয়নে কাৰ্যকৰী বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব।

    READ MORE
  • অসমত হাউছিং এণ্ড আৰবান ডিপাৰ্টমেণ্টৰ কাম-কাজৰ বুজ ল’লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৱে

    অসমত হাউছিং এণ্ড আৰবান ডিপাৰ্টমেণ্টৰ কাম-কাজৰ বুজ ল’লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৱে0

    অন্য ৰাজ্যৰ তুলনাত অসমৰ কাম-কাজ উন্নত আৰু তীব্ৰ গতিত হৈছে বুলি জনালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়েবৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৱাহাটীৰ খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৰ‌ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ

    READ MORE
  • ‘নাটক আৰু নৃত্য’ কৰ্মশালাৰ কাইলৈ সামৰণি অনুষ্ঠান

    ‘নাটক আৰু নৃত্য’ কৰ্মশালাৰ কাইলৈ সামৰণি অনুষ্ঠান0

    নিউজ ডেস্কঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দিব্যাংগ নাট্য বিদ্যালয়ৰ সহযোগত ১৬ ডিচেম্বৰৰ পৰা চেনিকুঠী নিম্ন বুনিয়াদী বিদ্যালয়ত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত কৰা “নাটক আৰু নৃত্য” কৰ্মশালাৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটী উজান বজাৰ স্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত সন্ধিয়া ৫:৪৫ বজাত আৰম্ভ হ’বলগীয়া সামৰণি অনুষ্ঠানত কৰ্মশালাৰ দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া নৃত্যৰ লগতে পৰিৱেশন কৰিব নাটক “শুৱনি

    READ MORE
  • মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি নিৰ্বাচিত

    মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি নিৰ্বাচিত0

    চণ্ডীগড়, ৭ জানুৱাৰীঃ চণ্ডীগড়ত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ পৰৱৰ্তী চাৰি বছৰলৈ এই পদত অধিষ্ঠিত হৈছে।বৰ্তমান অসম এথলেটিক এছ’চিয়েচনৰ সভাপতি হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা জয়ন্ত মল্লবৰুৱা ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি নিৰ্বাচনে অসম তথা ইয়াৰ বাহিৰত এথলেটিকছ আৰু ক্ৰীড়া

    READ MORE
  • ‘শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব, শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব’- মন্ত্ৰী পীযুষ হাজৰীকা

    ‘শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব, শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব’- মন্ত্ৰী পীযুষ হাজৰীকা0

    অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব, শিক্ষা নহ’লে আমি একোৱে কৰিব নোৱাৰো’শোণিতপুৰৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শতবৰ্ষ মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা শিক্ষা ব্যৱস্থাক আমি আগুৱাই লৈ যাব লাগিব। শিক্ষা ব্যৱস্থাক আমি ভাল কৰিব লাগিব। শিক্ষা ব্যৱস্থাক আমি দৃঢ় কৰিব লাগিব আৰু অসমৰ প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক আমি শিক্ষিত কৰি তুলিব লাগিব।

    READ MORE
  • অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া আঞ্চলিক কৃষি মেলাৰ সামৰণি

    অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া আঞ্চলিক কৃষি মেলাৰ সামৰণি0

    যোৰহাটঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আঞ্চলিক কৃষি মেলাৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্মত মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে মেলাৰ সামগ্ৰিক দিশত বক্তব্য আগবঢ়োৱা সামৰণি অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!