অসমত সংখ্যালঘুত পৰিণত হোৱাৰ দিশত হিন্দুঅনুপ্ৰৱেশ আৰু জনসংখ্যা বিস্ফোৰণৰ ভয়ংকৰ প্ৰভাৱ অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ অনুপ্ৰৱেশ, সামাজিক-অৰ্থনৈতিক বৈষম্য আৰু ৰাজনৈতিক স্বাৰ্থৰ লগত জড়িত এক দীৰ্ঘ প্ৰক্ৰিয়াই আজিৰ অসমক এক গভীৰ সংকটৰ দিশে ঠেলি দিছে। অনুপ্ৰৱেশৰ ফলত তথা সেই অনুপ্ৰৱেশকাৰীক ৰাজনৈতিক অংকৰ বাবে অসমৰ ভূমিত ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এতিয়া ভয়ংকৰ বিপদৰ
READ MOREযোৰহাট, ১১ অক্টোবৰঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পি এম ধন-ধন্য কৃষি যোজনা আৰু মাহ জাতীয় শস্যৰ দ্বাৰা আত্মনিৰ্ভৰশীলতা অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ ৰো অধিক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নতুন দিল্লীৰ পুছাৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়তো
READ MORE🔹কৈবৰ্ত সম্প্ৰদায়কলৈ NSUIৰ তাচ্ছিল্যসূচক মন্তব্য🔹“জুবিনক লৈ ৰাজনীতি নকৰিবলৈ” কোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাক অপমান🔹অনুসূচিত জাতিৰ হোৱাৰ বাবেই পীযুষ হাজৰীকাক অপমান কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ থকাৰ থকা সময়তে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIয়ে আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি। অসমৰ কৈবৰ্ত্য সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰিছে ছাত্ৰ সংগঠনটোৱে৷ একমাত্ৰ অনুসূচিত জাতিৰ
READ MOREজুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো জুবিন দা আৰু গৰিমা বৌৰ সৈতে আমাৰ ব্যক্তিগত সম্পর্ক আছিল। খুবেই ভাল সম্পৰ্ক আছিল৷ অত্যন্ত দুখত আছো৷ জুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো। জুবিনৰ গান শুনি শুনিয়েই মই মানুহ হৈছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ জুবিন গাৰ্গক হেৰুৱাই মর্মাহত হৈ পৰিছে মন্ত্রী পীযুষ
READ MORE🔹সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰীক🔹অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অসমবাসীয়ে আজি বিনা দ্বিধাই স্বীকাৰ কৰিছে এই কথা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃত্বসুলভ দায়িত্ববোধে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনৰ পৰাই মুখ্যমন্ত্ৰীৰ তৎপৰতা
READ MOREশ্ৰীলংকাৰ কলোম্বস্থিত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত আজি কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৰণত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত শ্ৰীলংকাৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন (ICCR)-এ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ICCR-এ শিল্পীগৰাকীৰ অকাল মৃত্যুক সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। শিল্পীগৰাকীৰ মায়াসনা সুৰবোৰ জনতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব
READ MORE