
গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আৰু ‘সুৰৰ দেউল’ৰ সহযোগত ২৬ জানুৱাৰী দেওবাৰে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ‘১০০ সংখ্যক গল্পকথাৰ দিনবোৰ সুঁৱৰি’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট কবি, লেখক অতনু ভট্টাচাৰ্য আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মিতালি দে’ৰ গল্প
READ MORE
🔹মুখ্যমন্ত্ৰীৰ বিদেশ যাত্ৰা ভাৰতীয় কূটনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতিফলন🔹দক্ষিণ কোৰিয়া-জাপান ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰি অসমলৈ উভতিল মুখ্যমন্ত্ৰী অসমৰ অৰ্থনীতি আৰু উন্নয়নৰ যাত্ৰাক নতুন গতিৰে আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰি অসমলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই বিদেশ যাত্ৰা এক ঐতিহাসিক বিদেশ
READ MORE
ৰাজ্যৰ কাৰীকৰি আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব NIELIT-এগুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ ভ্ৰমণ কৰি কৃত্ৰিম বানৰ মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী আঁচনিৰ বাবে বিশেষ অধ্যয়ন কৰি ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক নিৰ্দেশনা মন্ত্ৰী হাজৰীকাৰ দিছপুৰ, ২৪ জানুৱাৰীঃ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উপস্থিত হৈ বিশ্ববিদ্যালয়খন আৰু নেচনেল ইনষ্টিটিউট অৱ
READ MORE
অসমক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ‘এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ লক্ষ্য অসমক প্ৰধান বিনিয়োগ আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা’ অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ পূৰ্বে অসমৰ অপৰিসীম বিনিয়োগৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে আজি আহমেদাবাদৰ হোটেল ন’ভ’টেলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা
READ MORE
বিশ্বৰ বুকুত অসমক অর্থনৈতিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে নিৰৱচ্ছিন্নভাৱে পদক্ষেপ গ্রহণ কৰি যাবঃ মুখ্যমন্ত্রীজাপানত মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম টকিঅ’/গুৱাহাটী, ২৪ জানুৱাৰীঃ শেহতীয়াকৈ দক্ষিণ কোৰিয়া ভ্রমণ সামৰি ২১ জানুৱাৰীৰ নিশা জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বার্থ সম্পর্কিত বিভিন্ন সাক্ষাতত মিলিত হয়।
READ MORE
সৰভোগ, ২২ জানুৱাৰীঃ সুস্থ সমাজ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। সেয়েহে মানুহৰ মাজত অধ্যয়নৰ অভ্যাস অক্ষুণ্ণ ৰাখিবলৈ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে গান্ধী ময়দানত ২৩ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ৬ দিনীয়া এক গ্ৰন্থমেলাৰ আয়োজন কৰিছে৷ ২৩ জানুৱাৰী পুৱা ৯ বাজি ৩০ মিনিটত বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীণ কুমাৰ
READ MORE


