
ভাৰতৰ উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ(SVCC)-ই কালি বিশেষ কাৰ্যসূচীৰ মাজেৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। অনুষ্ঠানত শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত এইচ ই সন্তোষ ঝাই ড০ ভূপেন হাজৰিকাৰ “মানুহে মনুহৰ বাবে” শীৰ্ষক মানৱতাবাদী গীতটিৰ সিংহল আৰু তামিল সংস্কৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷সুধাকণ্ঠৰ কালজয়ী গীতটি তামিল ভাষালৈ অনুবাদ কৰে সাহিত্য অকাডেমি প্ৰেমচান্দ
READ MORE
যোৰহাট, ২৯ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত “তথ্যৰ পৰা খচৰালৈ: শক্তিশালী পাণ্ডুলিপি লিখা আয়ত্ত কৰা” শীৰ্ষক এখন দুদিনীয়া শৈক্ষিক কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, ডিবিটি- নিকেব চেমিনাৰ হলত আয়োজিত কৰ্মশালাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে সঠিকভাৱে তথ্য আহৰণ কৰি ইয়াৰ
READ MORE
সমাজ জীৱনৰ একাংশ লোকে খাজনাতকৈ বাজনা বেছি বজায়ঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা ‘‘সমাজ জীৱনৰ একাংশ মানুহে খাজনাতকৈ বাজনা বেছি বজায়; ২৫ পইচাৰ কাম কৰি ৭৫ পইচাৰ বাজনা বজায়৷ ইফালে সমাজত এনে কিছু মানুহ আছে যি এশ টকাৰ কাম কৰি এক টকাৰো মূল্য নিবিচাৰে৷” গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ
READ MORE
নিউজ ডেস্কঃ পৰম্পৰা আৰু জনসচেতনতাৰ এক শক্তিশালী সংমিশ্ৰণত, ড০ অনামিকা ৰায় স্মাৰক ট্রাষ্ট, North East Diocesan Social Service Society আৰু সাগৰিকা পুতলা থিয়েটাৰৰ সহযোগত, ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ গোলাঘাট জিলাৰ সৰুপানী আৰু শিশুপানী গাঁও পঞ্চায়ত অঞ্চলত সুৰক্ষা প্ৰকল্পৰ অধীনত পুতলা নাচৰ এক সপ্তাহব্যাপী অনুষ্ঠান সফলতাৰে সম্পন্ন কৰা হয়। এই উদ্যোগে পৰম্পৰাগত string পুতলা নাচৰ
READ MORE
অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদলৈ’-ৰ ১৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ দেওবাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ২০১১ চনৰ ২০ জুনৰ দিনটোত ফেচবুকত জন্ম লাভ কৰা স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’য়ে কালক্ৰমত ফেচবুকৰ গোটৰ পৰা পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠনৰূপে আত্মপ্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি
READ MORE
অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডে গুৱাহাটীৰ প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিল, ২০২৫ তাৰিখলৈ চাৰি দিনধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে। বিহু আৰু সত্ৰীয়া নৃত্যৰ ৰিলে প্ৰদৰ্শন। এই অনুষ্ঠানটোত অসমৰ প্ৰখ্যাত
READ MORE


