কলম্বোত 'ভাৰত-শ্ৰীলংকা মৈত্ৰী উৎসৱ’ত অসমৰ বিহুক মূল সাংস্কৃতিক আকৰ্ষণ ৰূপে প্ৰদৰ্শন
- দেশ, বিদেশ, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ, সংস্কৃতি
- August 21, 2024

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত এজন উদীয়মান ক্ৰিকেটাৰৰো মৃত্যু হয়। ২৩ বছৰীয়া দীৰ্ঘ পটেল নামৰ এই ভাৰতীয় ক্ৰিকেটাৰজনে ইংলেণ্ডৰ এটা ক্লাবৰ হৈ খেলিছিল। তেওঁ লিড্ছ মডাৰ্নিয়ান্স ক্লাবৰ হৈ খেলিছিল। গুজৰাটৰ বাসিন্দা দীৰ্ঘই পঢ়া-শুনাৰ বাবে ইংলেণ্ডত থাকিছিল। তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধ্যয়ন কৰিছিল। একে সময়তে তেওঁ
READ MORE
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰৰ দ্বাৰা পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে কলম্বোত ভাৰতৰ উচ্চ আয়োগে আয়োজন কৰা অনুষ্ঠানত যোগদান কৰা পণ্ডিত আৰু সন্ন্যাসীসকলক ধন্যবাদ জনোৱাৰ লগতে অভিনন্দন জনাইছে।আজি প্ৰধানমন্ত্ৰীয়ে ‘এক্স'(টুইটাৰ)ৰ জৰিয়তে দিয়া এক পোষ্টত কয় যে ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰাসকলৰ মাজত
READ MORE
কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ প্ৰশংসনীয় পদক্ষেপ এক ঐতিহাসিক ঘটনা! প্ৰথমবাৰৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে তাক পৰিৱেশনৰ ব্যৱস্থা কৰা হয়। কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত শংকৰদেৱৰ ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটি সিংহলী
READ MORE
🔹ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই উৎসৱৰ🔹ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তৰ নিৰ্দেশনাত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় ‘ভাৰত শ্ৰীলংকা মৈত্ৰী উৎসৱ’🔹প্ৰখ্যাত লোকসংস্কৃতি পৰিবেশক ৰঞ্জিত কুমাৰ গগৈৰ নেতৃত্বত বিহু, ঢোল বাদন আৰু বিহু নৃত্য পৰিবেশন কৰা হয় কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ
READ MORE
ডিজিটেল ডেস্কঃ ৭০ বছৰীয়া এগৰাকী মহিলাই যমজ সন্তান জন্ম দি লাভ কৰিছে বিশেষ চৰ্চা। উগাণ্ডাৰ ছাফিনা নামুকৱায়া নামৰ এগৰাকী ৭০ বছৰীয়া মহিলাই জন্ম দিয়ে যমজ সন্তান। এয়া এটা একেবাৰে আচৰিত ঘটনা, কিয়নো সাধাৰণতে মহিলাৰ বাবে ৪০ বছৰ বয়সৰ পিছত গৰ্ভধাৰণ কৰাটো কঠিন। উগাণ্ডাৰ এই গৰাকী ৭০ বছৰীয়া মহিলা ছাফিনা নামুকৱায়াই শেহতীয়াকৈ জন্ম দিয়ে যমজ সন্তান।
READ MORE
নিউজ ডেস্ক,২৬ জুনঃ স্বদেশত প্ৰধানমন্ত্ৰীক ৰঙা গোলাপেৰে আদৰিলে বিজেপি নেতৃত্বই । আমেৰিকা-ইজিপ্তৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পালম বিমান বন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি আদৰণি কেইবাগৰাকীও মন্ত্ৰী, সাংসদৰ। উল্লেখযোগ্য প্ৰধানমন্ত্ৰী মোডীয়ে সাংসদসকলক কয় যে নিশা টোপনি ক্ষতি কৰি কিয় তেওঁক আদৰণি জনাব আহিব লাগে। একে সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে জে
READ MORE


