৮৮.০২ শতাংশ নম্বৰৰে মহাবিদ্যালয়খনৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ ফুনু ৰায়ৰ সৰভোগৰ পৰা ছহিজুল আলিঃ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ, বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ আজি এখনি বিশেষ সম্বৰ্ধনা সভা আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। সদ্যঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিভাগটোৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাৰ্তিৰে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়, সেইসকল ছাত্ৰ-ছাত্ৰীক আজিৰ সভাৰ জৰিয়তে সম্বৰ্ধনা জনোৱা
৮৮.০২ শতাংশ নম্বৰৰে মহাবিদ্যালয়খনৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ ফুনু ৰায়ৰ
সৰভোগৰ পৰা ছহিজুল আলিঃ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ, বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ আজি এখনি বিশেষ সম্বৰ্ধনা সভা আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। সদ্যঘোষিত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিভাগটোৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাৰ্তিৰে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়, সেইসকল ছাত্ৰ-ছাত্ৰীক আজিৰ সভাৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সৰভোগস্থিত বৰনগৰ মহাবিদ্যালয়ৰ
শিক্ষা বিভাগৰ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত আৰু ২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। আনফালে ফুনু ৰায় নামৰ ছাত্ৰী গৰাকীয়ে ৮৮.০২ শতাংশ নম্বৰৰে মহাবিদ্যালয়খনৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰে৷



1 Comment
Jaherul Alam
September 16, 2023, 3:43 pmThe percentage is 88.2.
REPLY