
চাপৰ, ২২ জানুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত হয় মাল্টি-মিডিয়া প্ৰেছ ক্লাব চাপৰ। আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে চাপৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ হুছেইন আলীয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়া,
READ MORE
যোৰহাট, ২২ জানুৱাৰীঃ দূৰদৰ্শী আৰু ৰূপান্তৰকামী চিন্তাধাৰাৰে সজাগ হৈ ৰাষ্ট্ৰীয় একতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমি আগবাঢ়িব লাগিব। তাৰ বাবে ধনাত্মক চিন্তাধাৰা আৰু সঠিক সিদ্ধান্ত ল’ব লাগিব।- যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় একতা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক
READ MORE
JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন সক্ৰিয় হৈ থাকিব। কিন্তু যদি আপুনি ৯০ দিনৰ পাছতো ৰিচাৰ্জ নকৰে তেন্তে ছিমখন নিষ্ক্ৰিয় হ’ব। এয়াৰটেলৰ ছিম ব্যৱহাৰকাৰীসকলেও ৯০ দিনৰ বাবে ৰিচাৰ্জ অবিহনে সকাহ পাব। ইয়াৰ পিছত আপুনি ১৫ দিনৰ সময়সীমা পাব। এই ১৫ দিনৰ ভিতৰতো ৰিচাৰ্জ নকৰিলে নম্বৰটো বন্ধ কৰি দিয়া হ’ব। ভোডাফোন-আইডিয়া (Vi) ব্যৱহাৰকাৰীৰ বাবেও ৯০ দিনৰ
READ MORE
দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাদক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতাছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য’ টেকন’ ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদৰ্শন অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ
READ MORE
অসম আৰু দক্ষিণ কোৰিয়াৰ বিকাশৰ পাৰস্পৰিক পথ অন্বেষণঃ এডভাণ্টেজ অসম ২.০ৰ জৰিয়তে শক্তিশালী অংশীদাৰিত্ব বৃদ্ধি কৰাদক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰে কেইবাখনো বৈঠকত অধ্যক্ষতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি দক্ষিণ কোৰিয়াৰ
READ MORE
যোৰহাট, ১০ জানুৱাৰীঃ জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ে দীর্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা এই জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে প্ৰমেক টেকনলজিচ এণ্ড ছাৰ্ভিচেজৰ সৈতে চুক্তিবদ্ধ হয়। এই চুক্তিৰ জৰিয়তে জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ নিৰ্বাচিত
READ MORE


