নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী পীযুষ হাজৰীকা: জলসম্পদ বিভাগৰ আঁচনি আৰু মৈত্ৰী আঁচনিৰ অধীনত থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন আগৰ চৰকাৰবোৰে স্বাধীনতাৰ প্ৰথম ৭০ বছৰত ৪৫০০ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ বিপৰীতে বান নিয়ন্ত্ৰণৰ বাবে বদ্ধপৰিকৰ আমাৰ চৰকাৰে বিগত চাৰি বছৰতে এহাজাৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছো: মন্ত্ৰী হাজৰীকা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি
READ MORE
অসমৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী যে ইচ্ছা কৰিলে বাংলাদেশ উৰুৱাই দিব পাৰে: আকাশ শইকীয়ামুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস, বাংলাদেশী উৎখাতৰ বাবে তেজ দিবলৈও সাজু: আকাশ শইকীয়ামুখ্যমন্ত্ৰীক উচ্ছেদ অভিযান অব্যাহত ৰখাৰ দাবী অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী: অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাত দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত সংগঠনৰ সহ-সম্পাদক আকাশ
READ MORE
২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ‘বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিবৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰকল্পৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ আজি প্ৰকল্পস্থলীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা। এই উপলক্ষে মন্ত্ৰী হাজৰিকাই কয়, “বটদ্ৰৱা এই স্থান অসমীয়াৰ স্বাভিমান।
READ MORE
‘কংগ্ৰেছে সদায় অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আহিছে’: প্ৰধানমন্ত্ৰী‘কংগ্ৰেছৰ বাবে কেৱল প্ৰিয় বাংলাদেশী’: প্ৰধানমন্ত্ৰী মোদীকংগ্ৰেছক সমালোচনাৰে থকা-সৰকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰঅসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সৈতে BJP সদায় আছে: প্ৰধানমন্ত্ৰী ডিব্ৰুগড় আৰু নামৰূপবাসীৰ বহুদিনীয়া অপেক্ষা অৱশেষত অন্ত পৰিল আজি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপত উপস্থিত হৈ নামৰূপ সাৰ কাৰখানাৰ নতুন ব্রাউনফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ
READ MORE
জুবিনৰ ভগ্নী ড০ পামী বৰঠাকুৰক টাৰ্গেট ৰাইজৰ দলৰআপোনালোকে নোৱাৰে থাকক, জুবিনৰ ন্যায়ত অখিল–গৌৰৱ–লুৰিণৰ সহায় ল’ম: ৰাইজৰ দলৰ কৰ্মীজুবিন গাৰ্গৰ ন্যায়ক লৈ নিকৃষ্ট ৰাজনৈতিক খেল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই এতিয়া নিকৃষ্ট ৰূপ ধাৰণ কৰিছে। চাৰ্জশ্বীট প্ৰকাশৰ পাছতেই জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰায় প্ৰতিজন সদস্যকে লক্ষ্য কৰি ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰিছে ৰাইজৰ দলৰ
READ MORE
*গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ* *গৰিমাৰ সৈতে কোনো নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই: মুখ্যমন্ত্ৰী শৰ্মা* *অপপ্ৰচাৰৰ ৰাজনীতিৰ মুখা খুলিলে মুখ্যমন্ত্ৰীয়ে* গুৱাহাটী: গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু
READ MORE


