
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত এজন উদীয়মান ক্ৰিকেটাৰৰো মৃত্যু হয়। ২৩ বছৰীয়া দীৰ্ঘ পটেল নামৰ এই ভাৰতীয় ক্ৰিকেটাৰজনে ইংলেণ্ডৰ এটা ক্লাবৰ হৈ খেলিছিল। তেওঁ লিড্ছ মডাৰ্নিয়ান্স ক্লাবৰ হৈ খেলিছিল। গুজৰাটৰ বাসিন্দা দীৰ্ঘই পঢ়া-শুনাৰ বাবে ইংলেণ্ডত থাকিছিল। তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধ্যয়ন কৰিছিল। একে সময়তে তেওঁ
READ MORE
গুৱাহাটী, ২ অক্টোবৰঃ অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত অসমৰ খেলুৱৈৰ উন্নত প্ৰশিক্ষণ তথা মল্লযুঁজৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে কেবাটাও সিদ্ধান্ত লোৱা হয়৷ আজিৰ সভাতে অহা ১৮-২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত
READ MORE
নিউজ ডেস্কঃ অসম কন্যা ৰ’দালি বৰুৱাই ভিয়েটনামত অনুষ্ঠিত ‘এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপ-২০২৪’ত ব্ৰঞ্জৰ পদক জিনি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। অসম তনয়া ৰ’দালি বৰুৱাক এই সাফল্যৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ৷ মহিলাৰ ৭৩ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা খেলুৱৈগৰাকীয়ে ভৱিষ্যতে অধিক সফলতা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ এপ্ৰিলঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ কপাহেৰা ষ্টেডিয়ামত কপাহেৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত তথা মৰিগাঁও উত্তৰ-পূব ভলীবল সন্থাৰ সহযোগত আয়োজিত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনিৰ সফলতহৰে সামৰণি পৰে ৷ প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত তেজপুৰ ভলীবল কোচিং চেণ্টাৰ আৰু মহিলাৰ শাখাত তেজপুৰ চিত্ৰলেখা মহিলা ভলীবল দলে চেম্পিয়নৰ খিতাপ দখল
READ MORE
গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰেগেমছ মাস্কট ‘অষ্টলক্ষ্মী’ উত্তৰ-পূৰ্বাঞ্চলৰ আশা-আকাংক্ষাই কেনেদৰে নতুন ডেউকা লাভ কৰিছে তাৰেই প্ৰতীক: প্ৰধানমন্ত্ৰীখেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ খেলসমূহেৰে আমাৰ মহান ৰাষ্ট্ৰখনত আবেগ আৰু ঐক্যৰ শিখা জ্বলাই তুলিবলৈ দিয়ক: অনুৰাগ সিং ঠাকুৰ নিউজ ডেক্স, ২০ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কালি
READ MORE
নিউজ ডেস্কঃ সদ্যসমাপ্ত উত্তৰ পূব মণ্ডল স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতাত অসম ৰক এণ্ড স্পৰ্ট ক্লাইম্বিং এছোচিয়েচনৰ সদস্যই মুঠ ৫টা পদক বিজয়ী হৈ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খেলুৱৈসকলৰ মাজত এই প্ৰতিযোগিতাখন চিকিম ৰাজ্যৰ চেমছি চহৰত ইণ্ডিয়ান হিমালয়ান চেন্টাৰ ফ’ৰ এডভেন্সাৰ এণ্ড ইক’ টুৰিজম প্ৰতিষ্ঠানত ভাৰতীয় পৰ্বতাৰোহন সংস্থাৰ তত্বাৱধানত অনুষ্ঠিত হয়। মুঠ ৫টা পদকেৰে অসম
READ MORE