
নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এক মনোজ্ঞ গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড০ পৰিণীতা বৰাৰ ‘নব্য মাধ্যমত সাহিত্যঃ তত্ত্ব আৰু বিচাৰ’ শীৰ্ষক প্ৰথমখন নব্য মাধ্যমত সাহিত্য সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে, সাহিত্য-সমালোচক, নিৱন্ধকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড- বিভাস চৌধুৰী, লেখক, চিন্তাবিদ, সুবক্তা ময়ূৰ
READ MORE
🔹নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে কাম কৰে, প্ৰত্যেকটো অঞ্চলৰ বাবে কাম কৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা🔹ধুবুৰী-ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলং পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ আছে এখন বৃহৎ দলং। কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব। ধুবুৰী ভ্ৰমণৰ
READ MORE
🔹আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন🔹ইঞ্জিনচালিত নাৱেৰে পৰিভ্ৰমণ কৰি বুজ ল’লে খহনীয়াৰ দক্ষিণ শালমাৰাৰ আমবাৰীত আজি উপস্থিত হয় জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে আমবাৰীত চলা ব্ৰহ্মপুত্র নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আমবাৰী-ঢলুৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছিল যাৰ ফলত যথেষ্ট কৃষিভূমি নৈৰ বুকুত জাহ গৈছিল। আজি
READ MORE
নৱগঠিত বিধানসভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কার্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কাৰ্যসূচী তথা ই-ৰিক্সা বিতৰণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নতুন প্ৰজন্মই যাতে খাদ্যৰ লগত জড়িত ব্যৱসায়সমূহক গতি দিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰখনে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি নলবাৰী জিলা পুথিভঁৰাল প্রেক্ষাগৃহত কেন্দ্রীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ
READ MORE
বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছেডিব্ৰুগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগ হৈছে চাহ উদ্যোগ। ২০০ বছৰীয়া এই উদ্যোগটোক ধৰি ৰাখিছে আমাৰ চাহ জনগোষ্ঠীৰ ভাই-ভনীসকলে, ককাইসকলে, দেউতা-মাতৃসকলে। বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অপৰিসীম
READ MORE
আৰক্ষীৰ ছত্ৰছায়াত জয়পুৰত চলে গৰুৰ চোৰাং কাৰবাৰগৰু চুৰি চক্ৰৰ পৰা আৰক্ষীয়ে লাভ কৰে বৃহৎ কমিছনগৰু চুৰি চক্ৰই ফাদিল কৰিলে আৰক্ষী আৰু গৰু চোৰৰ গোপন সম্পৰ্ক নাহৰকটীয়াৰ জয়পুৰত এটা গৰু চুৰি চক্ৰ উৎখাত কৰা হয়। জানিব পৰা মতে, দীর্ঘদিন ধৰি আৰক্ষীৰ ছত্ৰছায়াতে জয়পুৰত চলি আহিছিল গৰুৰ এই চোৰাং কাৰবাৰ।অভিযোগ মতে, জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম
READ MORE


