728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামে…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামে…

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামেইছলামৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়েধিঙৰ AIUDFৰ বিধায়ক ইছলামক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰআমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা উচ্চ ন্যায়ালয়ৰNSA গোচৰত কাৰাবন্দী হৈ আছে আমিনুল ইছলামপেহেলগাম কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ ভয়ংকৰ অভিযোগ আছে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল বিধায়ক ইছলামেসন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি পৰ্যটকক হত্যা

জামিন পালে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাৰুদ্ধ বিধায়ক আমিনুল ইছলামে
ইছলামৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
ধিঙৰ AIUDFৰ বিধায়ক ইছলামক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আমিনুল ইছলামৰ গ্ৰেপ্তাৰক বেআইনী আখ্যা উচ্চ ন্যায়ালয়ৰ
NSA গোচৰত কাৰাবন্দী হৈ আছে আমিনুল ইছলাম
পেহেলগাম কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত থকাৰ ভয়ংকৰ অভিযোগ আছে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছিল বিধায়ক ইছলামে
সন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি পৰ্যটকক হত্যা কৰা বুলি বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলোৱা বুলিও অভিযোগ কৰিছিল
২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়ক ইছলামক
বিধায়কজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 নম্বৰত ৰুজু হৈছিল গোচৰ

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!