
অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত আজি অনুষ্ঠিত হ’ল এক বিশেষ ধৰ্মীয় মুহূৰ্ত। পুৱা ১১:৫৮ বজাত শুভ সময়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ওপৰত ধৰ্মধ্বজা উত্তোলন কৰি মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সম্পূৰ্ণতাক ঘোষণা কৰে। পতাকা উত্তোলনৰ পাছতেই তেওঁ দেশবাসীক আধ্যাত্মিক বাৰ্তা প্ৰদান কৰি কৈছিল—ই দেশৰ ধৰ্মীয় গৌৰৱ আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰীয়ে পুৱা মন্দিৰ প্ৰাংগণত উপস্থিত
READ MORE