728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • “সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব। “

    “সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব। “0

    বিয়ালৈ মাজত আছিল মাত্ৰ ১১দিন। চিঠিও ছপা কৰি উলিয়াই দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু হঠাতে যেন সকলো খেলি মেলি হৈ গ’ল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা যুৱতীগৰাকীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত। সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা

    READ MORE
  • পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰা

    পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰা0

    পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা,বিশাল ফুকন, তাৰ্কিক বৰাCBI ৰ তদন্তৰ বাবে আদালতৰ নজৰবন্দীৰ নিৰ্দেশ আটাইকেইজনৰ বিৰুদ্ধেবিদেশ বা অন্য ঠাইলৈ যাবলৈ আদালতৰ আগতীয়া অনুমতি ল’ব লাগিব চুমি, তাৰ্কিক,বিশালেআনহাতে, আন এজন অভিযুক্ত অভিজিৎ চন্দকো একেই নিৰ্দেশ আদালতৰইতিমধ্যে সমগ্ৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত অব্যাহত আছে CBI ৰCBI ৰ বিশেষ ন্যায়াধীশৰ আদালতত চুমি,তাৰ্কিক,বিশাল,অভিজিতৰ বিৰুদ্ধে আছে ২৯/২৫ নম্বৰত এক

    READ MORE
  • ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…

    ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…0

    নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে ১৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে। নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ। ১২৩ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰো পত্ৰত স্বাক্ষৰ। পত্ৰত স্বাক্ষৰ কৰিছে ১৪ গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে। ১৩৩ গৰাকী প্ৰাক্তন সেনা বিষয়াৰো পত্ৰত স্বাক্ষৰ। বাৰে বাৰে অযুক্তিকৰ অভিযোগেৰে নিৰ্বাচন আয়োগক বদনাম কৰাৰ অভিযোগ।

    READ MORE
  • কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ

    কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ0

    গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ। ঘটনাটো সংঘটিত হয় ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত। অকাস্মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটি নিমিষতে নিশেষ হৈ যায় সকলো। ফলতে সূত্ৰপাত হৈছিল জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!