
গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ আছিল দাস গৌৰৱ গগৈৰ স্বৈৰচাৰিতাত অতীষ্ঠ হৈ দল ত্যাগ দাসৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ আন এক মোক্ষম আঘাত। গৌৰৱ গগৈৰ সবাতোকৈ বিশ্বাসযোগ্য তথা সোঁহাত স্বৰূপ নেতা প্ৰফুল্ল কুমাৰ দাসৰ আকস্মিকভাৱে দল ত্যাগৰ ঘোষণা। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু
READ MORE