৭০ বছৰীয়া এগৰাকী মহিলাই যমজ সন্তান জন্ম দি লাভ কৰিছে বিশেষ চৰ্চা
- HEALTH, দেশ, বিদেশ, মুখ্যপৃষ্ঠা, শেহতীয়া খবৰ
- December 5, 2023
ডিজিটেল ডেস্কঃ ৭০ বছৰীয়া এগৰাকী মহিলাই যমজ সন্তান জন্ম দি লাভ কৰিছে বিশেষ চৰ্চা। উগাণ্ডাৰ ছাফিনা নামুকৱায়া নামৰ এগৰাকী ৭০ বছৰীয়া মহিলাই জন্ম দিয়ে যমজ সন্তান। এয়া এটা একেবাৰে আচৰিত ঘটনা, কিয়নো সাধাৰণতে মহিলাৰ বাবে ৪০ বছৰ বয়সৰ পিছত গৰ্ভধাৰণ কৰাটো কঠিন। উগাণ্ডাৰ এই গৰাকী ৭০ বছৰীয়া মহিলা ছাফিনা নামুকৱায়াই শেহতীয়াকৈ জন্ম দিয়ে যমজ সন্তান।
READ MORE