
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ন্যায়িক আয়োগৰ সময়সীমা বৃদ্ধি১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল ন্যায়িক আয়োগৰ সময়সীমাদেওবাৰৰ বাহিৰে সপ্তাহৰ বাকীকেইদিনত দিব পাৰিব শপতনামাপুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে দিব পাৰিব শপতনামা২২ নৱেম্বৰত অন্ত পৰিছিল ৰাজহুৱা শুনানিৰ সময়সীমাপ্রথম পৰ্যায়ৰ শুনানিত ৩৯ খন শপতনামা হৈছিল দাখিলআশা কৰা ধৰণে ন্যায়িক আয়োগৰ সন্মুখলৈ অহা নাছিল দল-সংগঠনওলাই অহা নাছিল জুবিন গাৰ্গৰ
READ MORE
বিয়ালৈ মাজত আছিল মাত্ৰ ১১দিন। চিঠিও ছপা কৰি উলিয়াই দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু হঠাতে যেন সকলো খেলি মেলি হৈ গ’ল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা যুৱতীগৰাকীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত। সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা
READ MORE
ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি৭৩গৰাকী পৰিদৰ্শকক বদলি অমৃত কুমাৰ সিঙক কাছাৰৰ পৰা গুৱাহাটী আয়ুক্তৰ কাৰ্যালয়লৈ বদলিঅমৰ ঘোষক বৰপেটাৰ পৰা দক্ষিণ শালমাৰালৈ বদলিশৈলেন কুমাৰ কলিতাক বঙাইগাঁও DEFৰ পৰা বৰপেটালৈ বদলিদীননাথ মিলিক বঙাইগাঁও DEFৰ পৰা ডিব্ৰুগড়লৈ বদলিজ্যোতির্ময় দত্তক হাইলাকান্দি DEFৰ পৰা বঙাইগাঁৱলৈ বদলিযোছেফ ভি কেইভমক কাছাৰ DEFৰ পৰা কাৰ্বি আংলঙলৈ বদলিজনপান বে’ক কাছাৰ DEFৰ পৰা CID কার্যালয়লৈ বদলিহাওকাম
READ MORE
গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ। ঘটনাটো সংঘটিত হয় ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত। অকাস্মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটি নিমিষতে নিশেষ হৈ যায় সকলো। ফলতে সূত্ৰপাত হৈছিল জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ
READ MORE
অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডে গুৱাহাটীৰ প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিল, ২০২৫ তাৰিখলৈ চাৰি দিনধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে। বিহু আৰু সত্ৰীয়া নৃত্যৰ ৰিলে প্ৰদৰ্শন। এই অনুষ্ঠানটোত অসমৰ প্ৰখ্যাত
READ MORE


