728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…

ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে ১৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে। নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ। ১২৩ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰো পত্ৰত স্বাক্ষৰ। পত্ৰত স্বাক্ষৰ কৰিছে ১৪ গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে। ১৩৩ গৰাকী প্ৰাক্তন সেনা বিষয়াৰো পত্ৰত স্বাক্ষৰ। বাৰে বাৰে অযুক্তিকৰ অভিযোগেৰে নিৰ্বাচন আয়োগক বদনাম কৰাৰ অভিযোগ।

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে ১৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে। নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ। ১২৩ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰো পত্ৰত স্বাক্ষৰ। পত্ৰত স্বাক্ষৰ কৰিছে ১৪ গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে। ১৩৩ গৰাকী প্ৰাক্তন সেনা বিষয়াৰো পত্ৰত স্বাক্ষৰ।

বাৰে বাৰে অযুক্তিকৰ অভিযোগেৰে নিৰ্বাচন আয়োগক বদনাম কৰাৰ অভিযোগ। সাংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধেও ৰাহুল গান্ধীয়ে কৰা অভিযোগক লৈ প্ৰশ্ন। পত্ৰত ৰাহুল গান্ধীৰ লগতে একাংশ বিৰোধী নেতাকো সমালোচনা। ২৭২ গৰাকী বিশেষ ব্যক্তিৰ স্বাক্ষৰ থকা পত্ৰখনত নিৰ্বাচন আয়োগক নিজৰ পাৰদৰ্শিতাৰে কাম কৰি যাবলৈ আহ্বান।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!