728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…

জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰএখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধাকেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়েBNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষীদেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়, তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰ
এখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধা
কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে
BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষী
দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়, তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত কেন্দ্ৰীয় চৰকাৰৰ অনুমতি
আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক
সামাজিক মাধ্যমযোগে এই খবৰ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
১০ ডিচেম্বৰৰ ভিতৰত এখন পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় অসম চৰকাৰ

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!