728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘পদক্ষেপ’ৰ উদ্যোগত গীতানগৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

‘পদক্ষেপ’ৰ উদ্যোগত গীতানগৰত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘পদক্ষেপ’ৰ উদ্যোগত আৰু ৩৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদৰ সহযোগত গীতানগৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ প্ৰেক্ষাপটত নাৰী সমাজৰ মাজত এক জলন্ত সমস্যা ৰূপে দেখা দিয়া ব্রেষ্ট কেন্সাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে

অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘পদক্ষেপ’ৰ উদ্যোগত আৰু ৩৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদৰ সহযোগত গীতানগৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ প্ৰেক্ষাপটত নাৰী সমাজৰ মাজত এক জলন্ত সমস্যা ৰূপে দেখা দিয়া ব্রেষ্ট কেন্সাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শর্মা, অসমৰ খ্যাতনামা নৃত্যশিল্পী ড্ৰিমলী গগৈ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট অতিথি। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ওপৰত বক্তব্য আগবঢ়ায় পদক্ষেপৰ সভাপতি প্ৰণৱজ্যোতি লহকৰে। সজাগতা সভাত বৰ্তমান সমাজত নাৰীৰ ভূমিকা সন্দৰ্ভত বক্তব্য দাঙি ধৰে স্বাস্থ্য বিভাগৰ সচিব বর্ণালী শর্মাই। অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়োৱা কেবাগৰাকী মহীয়সী নাৰীক সম্বৰ্ধনা জনোৱা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos