728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ SIT

গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ SIT

নিউজ ডেস্কঃ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ SIT। পাকিস্তানৰ নাগৰিক আলী তাকিৰ শ্বেইখৰে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কেনেধৰনৰ সম্পৰ্ক তাক লৈ তদন্তকাৰী দলটোৱে তথ্য সংগ্ৰহ কৰিব। দিল্লীলৈ আলী তাকিৰ শ্বেইখ আহোঁতে এলিজাবেথৰ লগত কেনেধৰনৰ বাৰ্তালাপ হৈছিল সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী দলটোৱে। লগতে আলী তাকিৰ শ্বেইখৰ NGOই প্ৰকৃততে

নিউজ ডেস্কঃ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ SIT। পাকিস্তানৰ নাগৰিক আলী তাকিৰ শ্বেইখৰে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কেনেধৰনৰ সম্পৰ্ক তাক লৈ তদন্তকাৰী দলটোৱে তথ্য সংগ্ৰহ কৰিব।

দিল্লীলৈ আলী তাকিৰ শ্বেইখ আহোঁতে এলিজাবেথৰ লগত কেনেধৰনৰ বাৰ্তালাপ হৈছিল সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী দলটোৱে। লগতে আলী তাকিৰ শ্বেইখৰ NGOই প্ৰকৃততে দিল্লীত কি কৰে তাৰো তথ্য সংগ্ৰহ কৰিব। দলটোৱে পৰীক্ষা কৰিব এলিজাবেথৰ পাছপ’ৰ্ট, ভিছা আদিও।

মুন্না প্ৰসাদ গুপ্তাৰ নিৰ্দেশত বৰ্তমান CM VIGILANCEৰ অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত গৈছে এই বিশেষ দলটো। SITত আছিল ADG মুন্না প্ৰসাদ গুপ্তা, প্ৰণৱজ্যোতি গোস্বামী, ৰ’জী কলিতা আৰু মৈত্ৰেয়ী ডেকা।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!