728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ লগতে অসমত বিনিয়োগৰ বাবে বহুতো জাপানী প্ৰতিষ্ঠান আগ্ৰহী

টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ লগতে অসমত বিনিয়োগৰ বাবে বহুতো জাপানী প্ৰতিষ্ঠান আগ্ৰহী

জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ মন্তব্য আজি ভাৰতত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ লগতে এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদর্শন কৰে। প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূতগৰাকীৰ লগতে প্ৰতিনিধিৰ দলটো অত্যন্ত উৎসাহিত হয়। প্ৰকল্পস্থলী পৰিদর্শনৰ সময়ত ৰাষ্ট্ৰদূতগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত বিনিয়োগৰ

জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ মন্তব্য

আজি ভাৰতত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ লগতে এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদর্শন কৰে। প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূতগৰাকীৰ লগতে প্ৰতিনিধিৰ দলটো অত্যন্ত উৎসাহিত হয়। প্ৰকল্পস্থলী পৰিদর্শনৰ সময়ত ৰাষ্ট্ৰদূতগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত বিনিয়োগৰ বাবে জাপানৰ বহুতো প্ৰতিষ্ঠান আগ্ৰহী। জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে অহা দলটোত দেশখনৰ বহুকেইটা প্ৰতিষ্ঠানৰ প্ৰতিনিধিও আছিল।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!