728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

আইমী বৰুৱাৰ ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা

আইমী বৰুৱাৰ ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা

২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’(অসমীয়া)য়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়৷ পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা

২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’(অসমীয়া)য়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়৷ পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা ‘হাড়গিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (অসমীয়া)’ই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!