728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গোৱালপাৰাত শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

গোৱালপাৰাত শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

লক্ষীপুৰ ধামৰ ৰুপুকুৰা গাঁৱত নিশা প্ৰায় ১১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা বিৰেশ্বৰ হাজঙৰ ঘৰত সৌৰ প্লেট বেয়া হোৱাৰ বাবে নিশাই সেয়া ঠিক কৰিবলৈ বুলি ঘৰৰ চালত উঠি যায়। পিতা বিৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন হাজং একেলগে যায় সেই বেয়া হৈ থকা সৌৰ প্লেট ঠিক কৰাৰ বাবে। কিন্তু সৌৰ প্লেট ঠিক কৰি থকাৰ

লক্ষীপুৰ ধামৰ ৰুপুকুৰা গাঁৱত নিশা প্ৰায় ১১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা বিৰেশ্বৰ হাজঙৰ ঘৰত সৌৰ প্লেট বেয়া হোৱাৰ বাবে নিশাই সেয়া ঠিক কৰিবলৈ বুলি ঘৰৰ চালত উঠি যায়। পিতা বিৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন হাজং একেলগে যায় সেই বেয়া হৈ থকা সৌৰ প্লেট ঠিক কৰাৰ বাবে। কিন্তু সৌৰ প্লেট ঠিক কৰি থকাৰ সময়তে ঘৰৰ ওপৰেৰ যোৱা ১১০০০ ভল্টৰ বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ। স্থানীয় ৰাইজে দুয়োকে ততাতৈয়াকৈ লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে পিতা-পুত্ৰ ক্ৰমে বিৰেশ্বৰ হাজং আৰু ৰমেন হাজঙৰ মৃত্যু বুলি ঘোষণা কৰে। উক্ত ঘটনাই সমগ্ৰ লক্ষীপুৰ অঞ্চলত বাৰুকৈয়ে শোঁকৰ ছাঁ পেলাইছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!