728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ কটহগুৰিত চোবহি মক্তব শিক্ষকৰ কৰ্মশালাৰ সামৰণি

নগাঁৱৰ কটহগুৰিত চোবহি মক্তব শিক্ষকৰ কৰ্মশালাৰ সামৰণি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জুলাইঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ কটহগুৰি আঞ্চলিক জামে মছজিদত দুদিনীয়াকৈ আয়োজিত শিক্ষক কৰ্মশালাৰ ইতিমধ্যে সফলতাৰে সামৰণি পৰিছে। সদৌ অসম দ্বিনী তালিমী বৰ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি সৰ্ব ভাৰতীয় দ্বিনী তালিমী বৰ্ডৰ সম্পাদক মৌলানা খালিদ গয়াবীয়ে ছয় আঞ্চলিকৰ ১৫০ গৰাকী শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰে । ইফালে,

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জুলাইঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ কটহগুৰি আঞ্চলিক জামে মছজিদত দুদিনীয়াকৈ আয়োজিত শিক্ষক কৰ্মশালাৰ ইতিমধ্যে সফলতাৰে সামৰণি পৰিছে। সদৌ অসম দ্বিনী তালিমী বৰ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি সৰ্ব ভাৰতীয় দ্বিনী তালিমী বৰ্ডৰ সম্পাদক মৌলানা খালিদ গয়াবীয়ে ছয় আঞ্চলিকৰ ১৫০ গৰাকী শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰে । ইফালে, প্ৰশিক্ষণৰ অন্তত শিক্ষকসকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। উক্ত কৰ্মশালাত অসম ৰাজ্যিক দ্বিনী তালিমী বৰ্ডৰ মুখ্য পৰিদৰ্শক হাফিজ উদ্দিন, নগাঁও জিলাৰ সম্পাদক মৌলানা আব্দুছ চালাম, উপ সভাপতি মুফতি আব্দুল কাদিৰ আৰু পৰিদৰ্শক আবুল হাচিম উপস্থিত থাকে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!