728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সমাজসেৱী, ধৰ্মপ্ৰাণা মহিলা নিৰু চৌধুৰীৰ দেহাৱসান

সমাজসেৱী, ধৰ্মপ্ৰাণা মহিলা নিৰু চৌধুৰীৰ দেহাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ এলেকাধীন চমুৱাগাঁও নিবাসী বিশিষ্ট সমাজসেৱী, ধৰ্মপ্ৰাণা মহিলা নিৰু চৌধুৰীৰ শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনৰে পৰা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ শৰ্যাগত অৱস্থাত থকা নিৰু চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬১ বছৰ ৷ স্থানীয় বহুকেইটা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থকা সৎ,

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ এলেকাধীন চমুৱাগাঁও নিবাসী বিশিষ্ট সমাজসেৱী, ধৰ্মপ্ৰাণা মহিলা নিৰু চৌধুৰীৰ শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনৰে পৰা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ শৰ্যাগত অৱস্থাত থকা নিৰু চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬১ বছৰ ৷ স্থানীয় বহুকেইটা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থকা সৎ, অমায়িক আৰু মৰমিয়াল স্বভাৱৰ নিৰু চৌধুৰীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ তথা চৰকাৰী গাঁও প্ৰধান মনোজ চৌধুৰীৰ লগতে বোৱাৰী, কন্যা, জোৱাই, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!