728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ জামুগুৰিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত চকু চিকিৎসা শিবিৰ সম্পন্ন

নগাঁৱৰ জামুগুৰিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত চকু চিকিৎসা শিবিৰ সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত তথা জামুগুৰি মণ্ডল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আতিথ্যত বৃহস্পতিবাৰে দিনজোৰাকৈ এটি চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশিষ্ট সমাজকৰ্মী অনন্ত নাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা চিকিৎসা শিবিৰটোত পশ্চিম নগাঁও

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু নগাঁও স্বাস্থ্য বিভাগৰ সহযোগত তথা জামুগুৰি মণ্ডল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আতিথ্যত বৃহস্পতিবাৰে দিনজোৰাকৈ এটি চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশিষ্ট সমাজকৰ্মী অনন্ত নাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা চিকিৎসা শিবিৰটোত পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰাণা প্ৰকাশ বৰা, সম্পাদক বিষ্ণু বৰা, প্ৰবীন শিল্পী গভীৰ নাথ, বিশিষ্ট সমাজসেৱক মিলন চন্দ্ৰ নাথ, ৰাসেশ্বৰ নাথ, দেৱেন নাথ, মহিন্দ্ৰ মহন্ত, ভৱানন্দ নাথ আদিকে ধৰি বহুকেইজন গন্যমান্য ব্যক্তিৰ লগতে গৰখীয়া থান পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ৷ নগাঁৱৰ এটি বিশেষজ্ঞ চকু চিকিৎসকৰ দলে শিবিৰটোত শতাধিক লোকৰ চিকিৎসা প্ৰদান কৰে ৷ বৃহত্তৰ জামুগুৰিৰ দৰে এটি গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে গ্ৰহন কৰা এনে পদক্ষেপৰ বাবে উদ্যোক্তাসকলৰ শলাগ লৈছে সচেতন মহলে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!