728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গুৱাহাটীৰ লাচিতঘাটত ‘প্ৰজ্ঞা’ৰ উদ্যোগত ‘বীৰ চিলাৰায়’ শীৰ্ষক নাট মঞ্চস্থ

গুৱাহাটীৰ লাচিতঘাটত ‘প্ৰজ্ঞা’ৰ উদ্যোগত ‘বীৰ চিলাৰায়’ শীৰ্ষক নাট মঞ্চস্থ

নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ বিশাল সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাই আমাৰ সমাজক জীৱনদায়িনী শক্তিৰে উজ্জীৱিত কৰি আহিছে। আমাৰ দেশৰ গৰিমা আৰু প্ৰবাহমান সাংস্কৃতিক প্ৰতীকী ৰূপত উপস্থাপন কৰি অসমৰ ইতিহাস লগতে অসমৰ মহাবীৰ পুৰুষসকলক উঠি অহা নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়া উদ্দেশ্যৰে “প্ৰজ্ঞা”ই দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ লাচিতঘাটত অসমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক

নিউজ ডেস্কঃ ভাৰতবৰ্ষৰ বিশাল সাংস্কৃতিক ঐতিহ্য আৰু সনাতন পৰম্পৰাই আমাৰ সমাজক জীৱনদায়িনী শক্তিৰে উজ্জীৱিত কৰি আহিছে। আমাৰ দেশৰ গৰিমা আৰু প্ৰবাহমান সাংস্কৃতিক প্ৰতীকী ৰূপত উপস্থাপন কৰি অসমৰ ইতিহাস লগতে অসমৰ মহাবীৰ পুৰুষসকলক উঠি অহা নতুন প্ৰজন্মৰ আগত চিনাকি কৰাই দিয়া উদ্দেশ্যৰে “প্ৰজ্ঞা”ই দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ লাচিতঘাটত অসমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক কোঁচ ৰাজবংশীয় পৰাক্ৰমী যোদ্ধা চিলাৰায়ৰ জন্মদিন উপলক্ষে আয়োজন কৰে ‘বীৰ চিলাৰায়’ শীৰ্ষক নাট।


যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই পৰিচালনা কৰা নাটকখনত অসমৰ ১১৭ গৰাকী প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে অসমৰ মহান বীৰ চিলৰায়ৰ শৌৰ্য আৰু কলাপ্রেমৰ অমৰ গাঁথা সকলোৰে মাজত জীয়াই ৰখাৰ বাবে “প্ৰজ্ঞা”ই আয়োজন কৰা এই নাট উপভোগ কৰে প্ৰায় ৭০০০ দৰ্শকে। অনুষ্ঠানত উপস্থিত থাকি নাটখন উপভোগ কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী পীয়ুষ হাজৰীকাই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos