নিউজ ডেস্কঃ আজি গুৱাহাটীৰ পাণবজাৰত ‘ৰেখা প্ৰকাশন’ৰ বিপণীত বিদ্যুৎ কুমাৰ ভূঞাৰ ‘সুগন্ধি পখিলাৰ কবি’ হীৰেন ভট্টাচাৰ্যৰ জীৱনৰ একান্ত ব্যক্তিগত আৰু কিছু ৰাজহুৱা জীৱনৰ বিভিন্ন ঘটনা তথা বিচিত্ৰ অভিজ্ঞতা সম্বলিত ‘স্মৃতিপটত হীৰুদা’ৰ দ্বিতীয় সংস্কৰণটিৰ শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্য-সমালোচক জ্যোতি খাটনিয়াৰে। আজিৰ অনুষ্টুপীয়া অনুষ্ঠানত কিতাপখনৰ লেখক বিদ্যুৎ কুমাৰ ভূঞা আৰু প্ৰকাশক দেৱেন কলিতাৰ উপৰি কেইবাগৰাকীও অতিথি
নিউজ ডেস্কঃ আজি গুৱাহাটীৰ পাণবজাৰত ‘ৰেখা প্ৰকাশন’ৰ বিপণীত বিদ্যুৎ কুমাৰ ভূঞাৰ ‘সুগন্ধি পখিলাৰ কবি’ হীৰেন ভট্টাচাৰ্যৰ জীৱনৰ একান্ত ব্যক্তিগত আৰু কিছু ৰাজহুৱা জীৱনৰ বিভিন্ন ঘটনা তথা বিচিত্ৰ অভিজ্ঞতা সম্বলিত ‘স্মৃতিপটত হীৰুদা’ৰ দ্বিতীয় সংস্কৰণটিৰ শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্য-সমালোচক জ্যোতি খাটনিয়াৰে। আজিৰ অনুষ্টুপীয়া অনুষ্ঠানত কিতাপখনৰ লেখক বিদ্যুৎ কুমাৰ ভূঞা আৰু প্ৰকাশক দেৱেন কলিতাৰ উপৰি কেইবাগৰাকীও অতিথি উপস্থিত থাকে। ইতিমধ্যে কিতাপখন বিভিন্ন গ্ৰন্থমেলাত ‘ৰেখা প্ৰকাশন’ৰ বিপণীৰ উপৰি আন আন বিভিন্ন বিপণীতো উপলব্ধ হৈছে।
Leave a Comment
Your email address will not be published. Required fields are marked with *