728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মানসিক স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিবৰ্তনত বাহাৰুল ইছলাম আৰু ভাগীৰথী আমন্ত্ৰিত

মানসিক স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিবৰ্তনত বাহাৰুল ইছলাম আৰু ভাগীৰথী আমন্ত্ৰিত

নিউজ ডেস্কঃ বিশিষ্ট নাট্য দম্পত্তি বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই এ অহা ৭ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুণে চহৰত হ’বলগীয়া ‘ভেদ’ অভিবৰ্তনত unity in diversity বিষয়ত নিজৰ বক্তব্য ৰখাৰ লগতে মত বিনিময় কৰিব।থিয়েটাৰৰ জৰিয়তে মানসিক, সামাজিক তথা ৰাজনৈতিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাই হ’ব দুয়োগৰাকী নাট্যশিল্পীৰ আলোচনাৰ বিষয়।উল্লেখ্য যে মানসিক স্বাস্থ্য বিকাশৰ বাবে প্ৰখ্যাত চিকিৎসক ড০ আনন্দ নাদকাৰণীয়ে

নিউজ ডেস্কঃ বিশিষ্ট নাট্য দম্পত্তি বাহাৰুল ইছলাম আৰু ভাগীৰথী বাই এ অহা ৭ অক্টোবৰত মহাৰাষ্ট্ৰৰ পুণে চহৰত হ’বলগীয়া ‘ভেদ’ অভিবৰ্তনত unity in diversity বিষয়ত নিজৰ বক্তব্য ৰখাৰ লগতে মত বিনিময় কৰিব।
থিয়েটাৰৰ জৰিয়তে মানসিক, সামাজিক তথা ৰাজনৈতিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাই হ’ব দুয়োগৰাকী নাট্যশিল্পীৰ আলোচনাৰ বিষয়।
উল্লেখ্য যে মানসিক স্বাস্থ্য বিকাশৰ বাবে প্ৰখ্যাত চিকিৎসক ড০ আনন্দ নাদকাৰণীয়ে প্ৰত্যেক বছৰে ‘ভেদ’(VEDH) শীৰ্ষক অধিবেশনৰ আয়োজন কৰি আহিছে- য’ত এইবাৰ দেশৰ পাঁচশৰো অধিক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে ভাগ ল’ব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos