728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ভয়ংকৰ দুৰ্ঘটনা..

ভয়ংকৰ দুৰ্ঘটনা..

নিউজ ডেস্ক,১ জুলাইঃ ভয়ংকৰ দুৰ্ঘটনা ৷ পশ্চিম কেনিয়াৰ ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়ালে বাহন আৰু পথচাৰীক ৷ দুৰ্ঘটনাটোত এই পৰ্যন্ত ৪৮ জনৰ মৃত্যু,আহত ৩০ গৰাকী ৷ আহত ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়। লগতে সতৰ্ক কৰি দিছে যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ৰিফ্ট ভেলীৰ আঞ্চলিক আৰক্ষী কমাণ্ডাৰ টম মবোয়া

নিউজ ডেস্ক,১ জুলাইঃ ভয়ংকৰ দুৰ্ঘটনা ৷ পশ্চিম কেনিয়াৰ ৰাজপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়ালে বাহন আৰু পথচাৰীক ৷ দুৰ্ঘটনাটোত এই পৰ্যন্ত ৪৮ জনৰ মৃত্যু,আহত ৩০ গৰাকী ৷ আহত ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়। লগতে সতৰ্ক কৰি দিছে যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ৰিফ্ট ভেলীৰ আঞ্চলিক আৰক্ষী কমাণ্ডাৰ টম মবোয়া ওডেৰোৱে জনাই যে কেৰিচো অভিমুখে যাত্ৰা কৰা ট্ৰাকখনে আঠখন বাহন, কেইবাখনো মটৰচাইকেল, পথৰ কাষত থকা লোক, বিক্ৰেতা আৰু আন ব্যৱসায়ত থকা আন লোকসকলকো খুন্দা মাৰিছিল। দুৰ্ঘটনাটোৰ পিছত ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোকে ধৰি কেনিয়াৰ নেতাসকলে শোক প্ৰকাশ কৰে।ঘটনাস্থলীলৈ এম্বুলেন্স আৰু উদ্ধাৰকাৰী কৰ্মী প্ৰেৰণ কৰা কেনিয়াৰ ৰেড ক্ৰছে কয় যে ধাৰাসাৰ বৰষুণে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos