728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ..

হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ..

নিউজ ডেস্ক,২৮ জুনঃ হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ। ৩ জুলাইৰ পৰা পুনৰ উপভোগ কৰিব পাৰিব ৰামানন্দ সাগৰৰ হিন্দী টিভি অনুষ্ঠান ৰামায়ণ। সন্ধিয়া ৭.৩০ মিনিটত Shemaroo TVত সম্প্ৰচাৰিত হ’ব জনপ্ৰিয় ধাৰাবাহিকখন। Shemaroo টিভিয়ে শেহতীয়াকৈ চেনেলটোত ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ বাবে এটা প্ৰমো শ্বেয়াৰ কৰিছে।অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই 80 ৰ দশকৰ

নিউজ ডেস্ক,২৮ জুনঃ হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ। ৩ জুলাইৰ পৰা পুনৰ উপভোগ কৰিব পাৰিব ৰামানন্দ সাগৰৰ হিন্দী টিভি অনুষ্ঠান ৰামায়ণ। সন্ধিয়া ৭.৩০ মিনিটত Shemaroo TVত সম্প্ৰচাৰিত হ’ব জনপ্ৰিয় ধাৰাবাহিকখন। Shemaroo টিভিয়ে শেহতীয়াকৈ চেনেলটোত ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ বাবে এটা প্ৰমো শ্বেয়াৰ কৰিছে।
অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই 80 ৰ দশকৰ টিভি শ্ব’ত ক্ৰমে ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল, আনহাতে সুনীল লাহৰীয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰামায়ণৰ এক নাটকীয় পুনৰাবৃত্তি অদিপুৰুষে ইয়াৰ দুৰ্বল ভিএফএক্স আৰু ‘মাৰেগা বেট’, ‘বুয়া কা বাগিচা হে কেয়া’ আৰু ‘জলেগী তেৰে বাপ কি’কে ধৰি বিতৰ্কিত সংলাপৰ বাবে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল। সমালোচকৰ পৰা সমীক্ষকলৈকে সমগ্ৰ দেশৰ কেইবাজনো লোকে ছবিখনৰ কিছুমান সংলাপক লৈ হতাশা ব্যক্ত কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos