728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

নিউজ ডেস্ক,২৫ জুনঃ পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পশ্চিম বংগৰ বাংকুড়াত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত লাইনচ্যুত ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তথ্য অনুসৰি আজি পুৱা সংঘটিত হয় ঘটনাটো। ষ্টেচনত ৰৈ থকা এখন ৰে’লক আন এখন চলন্ত ৰে’লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। আহত হয় দুয়োখন ৰে’লৰ

নিউজ ডেস্ক,২৫ জুনঃ পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পশ্চিম বংগৰ বাংকুড়াত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত লাইনচ্যুত ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তথ্য অনুসৰি আজি পুৱা সংঘটিত হয় ঘটনাটো। ষ্টেচনত ৰৈ থকা এখন ৰে’লক আন এখন চলন্ত ৰে’লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। আহত হয় দুয়োখন ৰে’লৰ চালক। বন্ধ কৰি দিয়া হৈছে খড়গপুৰ-বাংকুড়া-আদ্ৰা লাইনত ৰে’ল চলাচল। ঘটনাটোৰ পিছতেই বাতিল কৰা হয় দক্ষিণ-পূব ৰে’লৱেই লাইনচ্যুত হোৱাৰ বাবে ১৪ খন ৰে’ল। আৰু সলনি কৰে ৰে’লৰ পথ। এতিয়ালৈকে কোনো লোক আহত হোৱাৰ খবৰ নাই। দুয়োখনে আছিলখালী মালবাহী ৰে’ল। দুৰ্ঘটনাটোৰ কাৰণ আৰু দুয়োখন ৰে’লৰ মাজত কেনেদৰে সংঘৰ্ষ হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি জনাই ৰে’ল কৰ্তৃপক্ষই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos