728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অষ্ট্ৰিয়াত অনুষ্ঠিত হৈছে যমজ সমাৱেশ..

অষ্ট্ৰিয়াত অনুষ্ঠিত হৈছে যমজ সমাৱেশ..

নিউজ ডেস্ক,১৪ জুনঃ অষ্ট্ৰিয়াত অনুষ্ঠিত হৈছে যমজ সমাৱেশ। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে যমজ সমাৱেশ। সমগ্ৰ পৃথিৱীৰ যমজ সন্তানে আজি অষ্ট্ৰিয়াত আন্তৰ্জাতিক সমাৱেশত একত্ৰিত হয়। ব্ৰাউনাউত অনুষ্ঠিত দিনটো উদযাপন কৰিবলৈ শ শ যমজ উপস্থিত হয়। দেখিবলৈ একে যদিও তাত উপস্থিত থকা সকলোৰে বয়স ভিন্ন। কোনোবা কাৰোবাৰ ভগ্নী আৰু কোনোবা কাৰোবাৰ ভাতৃ। এই কাৰ্যসূচীৰ নাম ৰখা হৈছে THREE

নিউজ ডেস্ক,১৪ জুনঃ অষ্ট্ৰিয়াত অনুষ্ঠিত হৈছে যমজ সমাৱেশ। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে যমজ সমাৱেশ। সমগ্ৰ পৃথিৱীৰ যমজ সন্তানে আজি অষ্ট্ৰিয়াত আন্তৰ্জাতিক সমাৱেশত একত্ৰিত হয়। ব্ৰাউনাউত অনুষ্ঠিত দিনটো উদযাপন কৰিবলৈ শ শ যমজ উপস্থিত হয়। দেখিবলৈ একে যদিও তাত উপস্থিত থকা সকলোৰে বয়স ভিন্ন। কোনোবা কাৰোবাৰ ভগ্নী আৰু কোনোবা কাৰোবাৰ ভাতৃ। এই কাৰ্যসূচীৰ নাম ৰখা হৈছে THREE DAYS CELEBRATION OF LIFE IN PRAYERS। অষ্ট্ৰিয়াত আয়োজিত যমজ সমাৱেশত ৫০ হাল ভাতৃ ভগ্নীয়ে অংশ লৈছে। আহিছে ইউৰোপৰ বিভিন্ন দেশৰ পৰা। উল্লেখনীয় বিষয়টো হ’ল প্ৰতিজন যমজে পৰিধান কৰা পোছাক একেই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos