নিউজ ডেস্ক,১২ জুনঃ তেলেংগানাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। প্ৰেমিকৰ হাতত প্ৰাণ গ’ল প্ৰেমিকাৰ। প্ৰেমিক পুৰোহিত সাই কৃষ্ণৰ হাতত প্ৰাণ গ’ল ৩০ বছৰীয়া অপ্সৰাৰ। প্ৰেমিক চাই কৃষ্ণই নিজেই প্ৰেমিকা নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰাৰ পাছতেই এই ঘটনা পোহৰলৈ আহে। সোধ-পোছৰ সময়ত সাই কৃষ্ণই অপ্সৰাক হত্যা কৰা বুলি জনাই। তথ্য অনুসৰি সাই কৃষ্ণ এজন বিবাহিত পুৰুষ আৰু দুই
নিউজ ডেস্ক,১২ জুনঃ তেলেংগানাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। প্ৰেমিকৰ হাতত প্ৰাণ গ’ল প্ৰেমিকাৰ। প্ৰেমিক পুৰোহিত সাই কৃষ্ণৰ হাতত প্ৰাণ গ’ল ৩০ বছৰীয়া অপ্সৰাৰ। প্ৰেমিক চাই কৃষ্ণই নিজেই প্ৰেমিকা নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰাৰ পাছতেই এই ঘটনা পোহৰলৈ আহে। সোধ-পোছৰ সময়ত সাই কৃষ্ণই অপ্সৰাক হত্যা কৰা বুলি জনাই। তথ্য অনুসৰি সাই কৃষ্ণ এজন বিবাহিত পুৰুষ আৰু দুই সন্তানৰ পিতৃ। অপ্সৰাই সাই কৃষ্ণক বিবাহ কৰিবলৈ হেঁচা দিয়াৰ ফলতেই এনে ঘটনা সংঘটিত হোৱা বুলি জনাই আৰক্ষীয়ে। শিলেৰে অপ্সৰা মূৰত কেইবাবাৰো আঘাত কৰি হত্যা কৰিছিল সাই কৃষ্ণই। মৃতদেহটো পলিথিনেৰে পেক কৰি তেলেংগানাৰ সৰু নগৰৰ নলাত পেলাই দিছিল।
Leave a Comment
Your email address will not be published. Required fields are marked with *