নিউজ ডেস্ক,১১ জুনঃ ৮৬০০ কিঃমিঃ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাবে। কেৰেলাৰ পৰা খোজ কাঢ়ি ৩৭০ দিনত ছিহাবে পালে মক্কা। যোৱা বছৰ ২ জুনত খোজ কাঢ়ি আৰম্ভ কৰিছিল যাত্ৰা।ভাৰত,পাকিস্তান,ইৰাণ,ইৰাক,কুৱেইটৰ মাজেৰে গৈ ছিহাবে উপস্থিত হয় মক্কাত। নিজৰ ইউটিউব চেনেলত দৈনিক খোজ কঢ়াৰ দিছিল ছিহাবে। ছৌদি আৰৱত প্ৰৱেশ কৰাৰ পিছত ছিহাব উপস্থিত হয় মদিনাত। মক্কালৈ যোৱাৰ পূৰ্বে
নিউজ ডেস্ক,১১ জুনঃ ৮৬০০ কিঃমিঃ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাবে। কেৰেলাৰ পৰা খোজ কাঢ়ি ৩৭০ দিনত ছিহাবে পালে মক্কা। যোৱা বছৰ ২ জুনত খোজ কাঢ়ি আৰম্ভ কৰিছিল যাত্ৰা।ভাৰত,পাকিস্তান,ইৰাণ,ইৰাক,কুৱেইটৰ মাজেৰে গৈ ছিহাবে উপস্থিত হয় মক্কাত। নিজৰ ইউটিউব চেনেলত দৈনিক খোজ কঢ়াৰ দিছিল ছিহাবে। ছৌদি আৰৱত প্ৰৱেশ কৰাৰ পিছত ছিহাব উপস্থিত হয় মদিনাত। মক্কালৈ যোৱাৰ পূৰ্বে মদিনাত ২১ দিন অতিবাহিত কৰিছিল ছিহাবে। ৯ দিনত মক্কা আৰু মদিনাৰ মাজত ৪৪০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিছিল। কেৰেলাৰ পৰা ছিহাবৰ মাতৃ মক্কাত উপস্থিত হোৱাৰ পাছতেই আৰম্ভ কৰিব হজযাত্ৰা। বিভিন্ন বাধা অতিক্ৰম কৰি ছিহাবে উপস্থিত হয় গন্তব্য়স্থানত।
Leave a Comment
Your email address will not be published. Required fields are marked with *