নিউজ ডেস্ক,১০ জুনঃ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সাংসদ পদৰ পৰা পদত্যাগ ৷ কনজাৰ্ভেটিভ দলৰ প্ৰাক্তন নেতাজনে কয় যে হাউচ অফ কমন্সৰ এখন সমিতিৰ পৰা পত্ৰ খন পোৱাৰ পিছত তেওঁ আচৰিত হৈছিল। আৰু পত্ৰ খনত পাৰ্টিগেট কেলেংকাৰীৰ বিষয়ে উল্লেখ থকাৰ পিছতে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে ৷ প্ৰাক্তন নেতাজনে কয় যে সমিতিৰ
নিউজ ডেস্ক,১০ জুনঃ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সাংসদ পদৰ পৰা পদত্যাগ ৷ কনজাৰ্ভেটিভ দলৰ প্ৰাক্তন নেতাজনে কয় যে হাউচ অফ কমন্সৰ এখন সমিতিৰ পৰা পত্ৰ খন পোৱাৰ পিছত তেওঁ আচৰিত হৈছিল। আৰু পত্ৰ খনত পাৰ্টিগেট কেলেংকাৰীৰ বিষয়ে উল্লেখ থকাৰ পিছতে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে ৷ প্ৰাক্তন নেতাজনে কয় যে সমিতিৰ পাৰ্টিগেট প্ৰতিবেদন যিটো এতিয়াও ৰাজহুৱাভাৱে মুকলি কৰা হোৱা নাই। য’ত অশুদ্ধতা আৰু কুসংস্কাৰেৰে ভৰি আছে। কিন্তু তেওঁলোকৰ অযুক্তিকৰ আৰু অন্যায় প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰিছে। বৰিছ জনছনে কয় যে উক্সব্ৰিজ আৰু দক্ষিণ ৰুইছলিপত থকা সংগঠনলৈ পত্ৰ লিখিছে আৰু তাৎক্ষণিক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Leave a Comment
Your email address will not be published. Required fields are marked with *