728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড..

মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড..

নিউজ ডেস্ক,৬ জুনঃ মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। ৪ বন্ধুৱে হত্যা কৰিলে এজন ২০ বছৰীয়া যুৱকক। জন্মদিনৰ দিনাই হত্যা কৰিলে যুৱকজনক। ধাৰ থকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল যুৱকজনক। গোৱন্দিৰ শিৱাজী নগৰ অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড। মৃত যুৱক জনৰ জন্মদিনৰ পাৰ্টি বিলৰ বাবে হয় ভয়ানক ঘটনাটো। আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱক জনৰ জন্মদিন ৩১ মে’ত

নিউজ ডেস্ক,৬ জুনঃ মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। ৪ বন্ধুৱে হত্যা কৰিলে এজন ২০ বছৰীয়া যুৱকক। জন্মদিনৰ দিনাই হত্যা কৰিলে যুৱকজনক। ধাৰ থকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল যুৱকজনক। গোৱন্দিৰ শিৱাজী নগৰ অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড। মৃত যুৱক জনৰ জন্মদিনৰ পাৰ্টি বিলৰ বাবে হয় ভয়ানক ঘটনাটো। আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱক জনৰ জন্মদিন ৩১ মে’ত আছিল আৰু যুৱক জনে এখন ধাবাত পাৰ্টি দিছিল। বিলখন প্ৰায় ১০ হাজাৰ টকা আহিছিল যিটো ভুক্তভোগীয়ে পৰিশোধ কৰিবলৈ সক্ষম নাছিল। মৃত যুৱক জনে বন্ধুৰ পৰা টকা বিচাৰিছিল কিন্তু তেওঁলোকে দিবলৈ অস্বীকাৰ কৰিছিল আৰু ভাবুকি দিছিল। এটা সময়ত তেঁওলোকে তৰ্ক যুদ্ধত লিপ্ত হয় আৰু ৪ বন্ধুৱে তেঁওক হত্যা কৰে। হত্যাকাণ্ডৰ পিছতে ৪ জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে দুজনক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ আৰু দুজন যিহেতু নাবালক সেয়ে পঠোৱা হয় ঘৰলৈ বুলি জনাই আৰক্ষীয়ে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!