728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মন্দিৰ দৰ্শন কৰিবলৈ হ’লে মহিলা,ছোৱালীয়ে পিন্ধিব নোৱাৰিব চুটি কাপোৰ !

মন্দিৰ দৰ্শন কৰিবলৈ হ’লে মহিলা,ছোৱালীয়ে পিন্ধিব নোৱাৰিব চুটি কাপোৰ !

নিউজ ডেস্ক,৬ জুনঃ উত্তৰাখণ্ডৰ মন্দিৰ দৰ্শন কৰিবলৈ হ’লে মহিলা,ছোৱালীয়ে পিন্ধিব নোৱাৰিব চুটি কাপোৰ। উত্তৰাখণ্ডৰ তিনিটা মন্দিৰত মহিলা,ছোৱালীয়ে পিন্ধি আহিব নোৱাৰিব চুটি কাপোৰ। মন্দিৰসমূহ হ’ল হৰিদ্বাৰৰ কানখালৰ দক্ষ প্ৰজাপতি মন্দিৰ,পাউৰী জিলাৰ নীলকান্ত মহাদেৱ মন্দিৰ আৰু ডেৰাডুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰ।মহানিৰ্বাণী আখাৰাৰ সম্পাদক আৰু অখিল ভাৰতীয় আখৰা পৰিষদৰ সভাপতি শ্ৰীমহন্ত ৰবীন্দ্ৰ পুৰীয়ে ANIক কয় যে মহিলা আৰু ছোৱালীয়ে

নিউজ ডেস্ক,৬ জুনঃ উত্তৰাখণ্ডৰ মন্দিৰ দৰ্শন কৰিবলৈ হ’লে মহিলা,ছোৱালীয়ে পিন্ধিব নোৱাৰিব চুটি কাপোৰ। উত্তৰাখণ্ডৰ তিনিটা মন্দিৰত মহিলা,ছোৱালীয়ে পিন্ধি আহিব নোৱাৰিব চুটি কাপোৰ। মন্দিৰসমূহ হ’ল হৰিদ্বাৰৰ কানখালৰ দক্ষ প্ৰজাপতি মন্দিৰ,পাউৰী জিলাৰ নীলকান্ত মহাদেৱ মন্দিৰ আৰু ডেৰাডুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰ।মহানিৰ্বাণী আখাৰাৰ সম্পাদক আৰু অখিল ভাৰতীয় আখৰা পৰিষদৰ সভাপতি শ্ৰীমহন্ত ৰবীন্দ্ৰ পুৰীয়ে ANIক কয় যে মহিলা আৰু ছোৱালীয়ে চুটি কাপোৰ পিন্ধি উক্ত অধীনৰ তিনিটা মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। মহানিৰ্বাণী আখাৰাৰ হৈ মহিলা আৰু ছোৱালীসকলক কয় যে যদি তেওঁলোকে মন্দিৰৰ উপাসনাৰ বাবে আহিছে, তেন্তে ভাৰতীয় পৰম্পৰা অনুসৰি কাপোৰ পিন্ধিব লাগে। লগতে কয় মন্দিৰ কেতিয়াও মনোৰঞ্জনৰ বাবে নহয়। কেৱল ৮০ শতাংশলৈকে শৰীৰ ঢাকি ৰখা মহিলাহে এই ৩টা মন্দিৰত প্ৰৱেশ কৰিব পাৰে। শ্ৰীমন্ত ৰবীন্দ্ৰ পুৰীয়ে দাবী কৰে যে দক্ষিণ ভাৰত আৰু মহাৰাষ্ট্ৰৰ মন্দিৰসমূহত এই ব্যৱস্থা ইতিমধ্যে বলবৎ হৈছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos