728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

৮৩ বছৰ বয়সত পিতৃ হ’ব আল পাচিনো..

৮৩ বছৰ বয়সত পিতৃ হ’ব আল পাচিনো..

নিউজ ডেস্ক,২ জুনঃ ৮৩ বছৰ বয়সত পিতৃ হ’ব আল পাচিনো। অভিনেতা আল পাচিনোৱে দখল কৰিছে শিৰোনাম। অভিনেতা আল পাচিনো আৰু তেওঁৰ ২৯ বছৰীয়া প্ৰেমিকা নুৰ আলফাল্লাহৰ প্ৰথম সন্তান। দম্পতীহালে তেওঁলোকৰ প্ৰথম সন্তানক আশা কৰাৰ খবৰ নুৰ আলফাল্লাহে তেওঁলোকৰ সম্পৰ্ক ইনষ্টাগ্ৰামৰ মাধ্যমেৰে জনাই। নুৰ আলফাল্লাহ সাধাৰণ জনতাৰ বাবে অচিনাকি হ’ব পাৰে কিন্তু নুৰ হলিউডৰ ৰাজকীয় লোকসকলৰ

নিউজ ডেস্ক,২ জুনঃ ৮৩ বছৰ বয়সত পিতৃ হ’ব আল পাচিনো। অভিনেতা আল পাচিনোৱে দখল কৰিছে শিৰোনাম। অভিনেতা আল পাচিনো আৰু তেওঁৰ ২৯ বছৰীয়া প্ৰেমিকা নুৰ আলফাল্লাহৰ প্ৰথম সন্তান। দম্পতীহালে তেওঁলোকৰ প্ৰথম সন্তানক আশা কৰাৰ খবৰ নুৰ আলফাল্লাহে তেওঁলোকৰ সম্পৰ্ক ইনষ্টাগ্ৰামৰ মাধ্যমেৰে জনাই। নুৰ আলফাল্লাহ সাধাৰণ জনতাৰ বাবে অচিনাকি হ’ব পাৰে কিন্তু নুৰ হলিউডৰ ৰাজকীয় লোকসকলৰ বাবে অচিনাকি নহয়। নুৰ আলফাল্লাহ যি কুৱেইটৰ ধনী আমেৰিকান পৰিয়ালৰ ছোৱালী। নুৰ আলফাল্লা কুৱেইট আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক। নুৰে নিজৰ ক্ষেত্ৰ খনত সফল হৈছে আৰু তেওঁলোকে কয় যে প্ৰেমে কোনো বয়সৰ সীমা,বাধা নামানে। উল্লেখযোগ্য যে আল পাচিনো নুৰৰ দেউতাকতকৈও বয়সত ডাঙৰ কিন্তু বয়সৰ ব্যৱধানে কোনো সমস্যাৰ সৃষ্টি কৰা নাই বুলি জনাই নুৰ আলফাল্লাহে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos