728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • অসম কৃষি বিশ্ববিদ্যালয়ত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা সম্পন্ন

    অসম কৃষি বিশ্ববিদ্যালয়ত কল আৰু কঁঠালৰ জৈৱ বৈচিত্ৰ্য মেলা সম্পন্ন0

    থলুৱা ফল-মূলৰ খেতিৰ জৰিয়তে আমি অধিক স্বাৱলম্বী আৰু কৰ্মঠ হ’ব পাৰোঃ ড০ বিদ্যুৎ চন্দন ডেকা যোৰহাটঃ ফল-মূলক আমাৰ নিয়মীয়া খাদ্যাভ্যাসৰ অংশ কৰি আমি প্ৰত্যেকে নিজকে কৰ্মঠ আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো। তাৰোপৰি কল আৰু কঁঠালৰ দৰে ফল-মূলৰ মূল্য সংযোজিত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি বা পাচলি হিচাপে আৰু সংৰক্ষণ কৰি বতৰৰ ফল আবতৰীয়া সময়তো খাব পাৰি।

    READ MORE
  • চাপৰত গণিত ছাৰ ৰূপে খ্যাত অৰুণ কুমাৰ কংসবনিকৰ দেহাৱসান

    চাপৰত গণিত ছাৰ ৰূপে খ্যাত অৰুণ কুমাৰ কংসবনিকৰ দেহাৱসান0

    চাপৰঃ ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা তথা বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, কৃতি শিক্ষক, অসম গণিত শিক্ষায়তন চাপৰ শাখাৰ সভাপতি তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক (৮১) আৰু নাই। শুকুৰবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতী শিক্ষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ চাপৰ অঞ্চলত। আজি

    READ MORE
  • নগাঁৱৰ কাছমাৰীত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ সম্পন্ন

    নগাঁৱৰ কাছমাৰীত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ সম্পন্ন0

    নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ আগষ্টঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বিগত সময়ছোৱাত পশুপালকসকলৰ সুবিধাৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইয়াৰ অংশহিচাপে দুখীয়া পশুপালকৰ জীৱ-জন্তৰ কল্যাণাৰ্থে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান খণ্ড পশু চিকিৎসালয় সহযোগত বৃহস্পতিবাৰে জিলাখনৰ কাছমাৰীত এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত শিবিৰত

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!