অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বুধবাৰে শুভাৰম্ভ হয় এবাকাচ(Abacus)ৰ দৰে শিক্ষা জগতৰে সম্পৃক্ত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ৷ এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য অজিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাত মূল বিষয় সন্দৰ্ভত এবেকাচৰ নগাঁৱৰ প্ৰশিক্ষক তথা সঞ্চালক নীলপৱন বৰুৱাই বক্তৃতা আগবঢ়াই কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক ফুল কোমলীয়া বয়সৰ
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ মঙলবাৰে নিশা প্ৰায় চাৰে আঠ বজাত জীৱনাৱসান ঘটে ৷ প্ৰায় এমাহৰ পূৰ্বে গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ ঘৰলৈ উভতি অহা জুনুবালা বৰাক
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মঙলবাৰৰ পৰা কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কেন্দ্ৰটিৰ মুৰব্বী ড° নিৰঞ্জন ডেকাই ৷ শুভাৰম্ভণি অনুষ্ঠানত
READ MORE
ক’ত আঢ়ৈশ কোটি আৰু ক’ত ২০০০ কোটি টকা!মথাউৰি আৰু নদীৰ মাজত থকা মানুহখিনিহে বানত প্ৰভাৱিত হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা কংগ্ৰেছৰ শাসনকালত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বছৰি মাত্ৰ আঢ়ৈশ কোটি টকা খৰচ কৰিছিল৷ অথচ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰত্যেক বছৰে অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে আমি কাম
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ । আচলতে, যোৱা ৭ জুলাইত জিলাখনৰ ৰাইদঙীয়াৰ ঔতলত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এখন অচিনাকি বাহনে এগৰাকী অচিনাকি মহিলা পথচাৰীক খুন্দিয়াই থৈ গৈছিল ৷ ফলত পথচাৰী মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । পিছত স্থানীয় লোকে
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুলাই: নগাঁও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলক একত্ৰিত কৰি শৈল্পিক ধাৰাক সোণাই নৈৰ সোঁতে সোঁতে চিৰকাল বোৱাই ৰখাৰ মানসেৰে গঠিত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা দিৱসটি সোমবাৰে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ সেই উদ্দেশ্যে হাতীচোং মৌজাৰ মাজগাঁৱৰ জগজ্জ্যোতি নাট্য মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্জ্বলন আৰু গছপুলি ৰোপন কাৰ্যসূচী
READ MORE


