728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • নগাঁৱত দিন দুপৰতে অৱসৰী শিক্ষকৰ ঘৰত চুৰিকাণ্ড

    নগাঁৱত দিন দুপৰতে অৱসৰী শিক্ষকৰ ঘৰত চুৰিকাণ্ড0

    লুটিলে নগদ ধন, গহনাসহ পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰি থানাৰ এলেকাধীন খালৈগাঁৱত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দি খালৈগাঁও বাছ আস্থানৰ সমীপৰ ৰূপৰাম বৰা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰত চোৰে লুটপাত চলাই নগদ

    READ MORE
  • নগাঁৱত পিষ্টল, সক্ৰিয় গুলীসহ আটক তিনি অপৰাধী

    নগাঁৱত পিষ্টল, সক্ৰিয় গুলীসহ আটক তিনি অপৰাধী0

    নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰি অহাৰ সময়তে আৰক্ষীৰ জালত পৰে মাৰাণাস্ত্ৰসহ তিনিটা অপৰাধী ৷ আচলতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে মঙলবাৰে অতৰ্কিতে অভিযান চলাই তিনিজন অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত

    READ MORE
  • পশ্চিম নগাঁও নাগৰিক সন্মিলনৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

    পশ্চিম নগাঁও নাগৰিক সন্মিলনৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন0

    নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত সোমবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় । এই মৰ্মে অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰাণা প্ৰকাশ বৰাই ৷ ইলোৰা বৰাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা সভাখনিত নগাঁৱৰ মুঠ ১৫ গৰাকী কৃতীমানক সন্মান প্ৰদান কৰা হয় ৷ পশ্চিম

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!