নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুলাই: নগাঁও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলক একত্ৰিত কৰি শৈল্পিক ধাৰাক সোণাই নৈৰ সোঁতে সোঁতে চিৰকাল বোৱাই ৰখাৰ মানসেৰে গঠিত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা দিৱসটি সোমবাৰে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ সেই উদ্দেশ্যে হাতীচোং মৌজাৰ মাজগাঁৱৰ জগজ্জ্যোতি নাট্য মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্জ্বলন আৰু গছপুলি ৰোপন কাৰ্যসূচী
READ MORE
নগা পৰা জয়ন্ত মুদৈ, ৮ জুলাইঃ শিশুৰ বাবে উৎসৰ্গিত অগ্ৰণী অনুষ্ঠান “বিকাশ”ৰ উদ্যোগত নগাঁও জিলাৰ ৰাইদঙীয়াত চলিত জুলাই মাহৰ গৰমৰ বন্ধৰ সময়ছোৱাৰ সৎ ব্যৱহাৰ কৰি যোৱা পহিলা জুলাইৰ পৰা সাতদিনীয়া এক বিশেষ যোগাসন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত এই প্ৰশিক্ষণত বিশিষ্ট যোগ প্ৰশিক্ষক শংকৰ দেৱনাথ আৰু ৠতুৰাজ
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ এলেকাধীন চমুৱাগাঁও নিবাসী বিশিষ্ট সমাজসেৱী, ধৰ্মপ্ৰাণা মহিলা নিৰু চৌধুৰীৰ শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনৰে পৰা বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ শৰ্যাগত অৱস্থাত থকা নিৰু চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬১ বছৰ ৷ স্থানীয় বহুকেইটা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থকা সৎ,
READ MORE
🔹বৰডিকৰাই হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বাবে চৰকাৰে ভৰিবলগীয়া হ’ল ১০০ কোটি টকা🔹ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ নিৰ্মাণ কৰা প্ৰকল্পৰ বাবে চৰকাৰে ক্ষতিপূৰণ দিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ ধন🔹তদানীন্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ দিনত চলিছিল প্ৰকল্প নিৰ্মাণৰ কাম🔹কাৰ স্বাৰ্থত প্ৰদ্যুৎ বৰদলৈয়ে ফৰেষ্ট ক্লীয়াৰেন্স নোলোৱাকৈ অনুমোদন দিছিল প্ৰকল্প নিৰ্মাণৰ?🔹সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চিবিআইক অৰ্পণ কৰা হৈছে বৰডিকৰাই হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বাবে
READ MORE
যোৰহাট, ৫ জুলাইঃ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰা ফলমূল আৰু শাক-পাচলি সংৰক্ষণ আৰু প্ৰক্ৰিয়া কৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ এলেকাৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ফল-মূল আৰু শাক-পাচলি সংৰক্ষণৰ গুৰুত্ব আৰু ই কেনেকৈ বড়ো কছাৰী
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পঞ্চাশৰ দশকতে তেৰাৰ নামত প্ৰতিষ্ঠিত অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ নিমিত্তে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনি প্ৰাক্তন শিক্ষাৰ্থী সন্দীপ কলিতা
READ MORE


