অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

নিৰ্বাচনৰ দিনাই বিহালীৰ বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈয়েসংবিধান ৰক্ষাৰ কোৱা গৌৰৱে আইন উলংঘা কৰি অপমান কৰিছে সংবিধানকসদ্যসমাপ্ত উপ-নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল উপ-নিৰ্বাচনত এইবাৰ নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে! ভোটগ্ৰহণ চলি থকা সময়ত সমষ্টিৰ বাহিৰৰ মানুহে আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। অসমত প্ৰথমবাৰৰ কাৰণে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। কালি ভোটগ্ৰহণৰ সময়ত সমষ্টিৰ
READ MORE
🔹কংগ্ৰেছৰ মুখা খুলি দিলে মন্ত্ৰী পীযুষ হাজৰীকাই🔹ছ’চিয়েল মিডিয়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ পোষ্ট🔹বিধায়ক তৰংগ গগৈ-মানৱ ডেকাৰো কংগ্ৰেছক তীব্ৰ সমালোচনা উপ-নিৰ্বাচনক লৈ চামগুৰি সমষ্টিত ৰাজনৈতিক বাতাবৰণ উত্তপ্ত হৈ থকাৰ সময়তে কংগ্ৰেছ দলৰ সমৰ্থকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত হাতত কি কি লয়, সম্প্ৰতি সেই তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ সমৰ্থকে হাতত লয় টাকোন-শিলগুটি। এই
READ MORE
গোৰ্খাকে ধৰি অসমৰ কেইবাটাও থলুৱা গোষ্ঠী আৰু সম্প্ৰদায়ক ভূমিৰ অধিকাৰৰ বাবে তিনিটা প্ৰজন্ম অসমত বাস কৰাৰ প্ৰমাণ দিয়াৰ বাধ্যতামূলক চৰ্তৰ পৰা ৰেহাই দিয়া হৈছে। তদুপৰি গোৰ্খাসকলৰ ডি ভোটাৰৰ সমস্যাটোও সম্পূৰ্ণৰূপে সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰা হৈছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। বিহালীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে
READ MORE
‘অসমত আগন্তুক ৫০ বছৰলৈ কংগ্ৰেছৰ চৰকাৰ নাহে’কংগ্ৰেছক বলধ গৰু আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰক্লেভাৰ হাউচ পঞ্চায়তত ‘বিজয় সংকল্প’ জনসভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আপোনালোক চৰকাৰৰ লগত থাকিলেহে, আপোনালোকৰ উন্নয়নমূলক কাম হ’ব। কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, সাংসদো আমাৰ গতিকে ধলাইত বিধায়কো আমাৰ হ’লেহে ইয়াত উন্নয়নমূলক কাম হ’ব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ
READ MORE
🔹ধলাইত কংগ্ৰেছক তুলা-ধূণা দি নীহাৰ ৰঞ্জন দাসৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছে হিন্দু বাংলাদেশীক বাংলাদেশী বুলি কোৱা, হিন্দু বাংলাদেশীক অপমান কৰা আদি কাৰ্যৰ আমি উচিত প্ৰত্যুত্তৰ দিম। হিন্দু বাংলাদেশী ভাৰতৰ মানুহ। তেওঁলোক অখণ্ড ভাৰতৰ নাগৰিক। বাংলাদেশ আমাৰেই ভাৰত আছিল। তাত উৎপীড়নৰ বলি হৈ হিন্দু বাংলাদেশী লোকসকল আমাৰ ইয়ালৈ আহিছে।- এই মন্তব্য মন্ত্ৰী
READ MORE
🔹বিহালীৰ চাহ জনগোষ্ঠী-আদিবাসী ৰাইজক দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান🔹চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰাৰ বাবে কংগ্ৰেছ দলক গৰিহণা আটছাৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপি দলক মুকলিকৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। হয়, আটছাই
READ MORE


