
২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা২০২২ বৰ্ষৰ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। নন ফিচাৰ ফিল্ম শাখাত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত ‘বিৰুবালা ‘উইটচ টু পদ্মশ্ৰী’(অসমীয়া)য়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। আনহাতে, পাৰ্থসাৰথি মহন্তৰ ‘হাড়গিলা’লৈ বিচাৰকৰ বিশেষ বঁটা আগবঢ়োৱা হয়৷ পি আই ইণ্টাৰটেইডমেণ্টৰ প্ৰযোজনাত আৰু পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা
READ MORE
নিউজ ডেস্কঃ তীৰ্থনগৰী হাজোত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই উন্মোচন কৰিব অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা প্ৰথম অসমীয়া ৰাজ্যপাল লৌহমানৱ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। প্ৰয়াত বিষ্ণুৰাম মেধিৰ হাজো ভৰালীটোলাস্থিত নিজ বাসভৱন “শিশু কল্যাণ ভৱন”ত পুৱা চাৰে দহ বজাত সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতেই
READ MORE
অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই নলবাৰীত আক্ৰমনাত্মক নলবাৰী বিজেপিৰ বিষয়ববীয়ানিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে অশোক শৰ্মাইব্যক্তি-স্বাৰ্থৰ বাবে তেওঁ নিজকে বিজেপিৰ এজন একনিষ্ঠ পুৰণি কাৰ্যকৰ্তা বুলি কয়অশোক শৰ্মা কোনো ৰাজনৈতিক দলৰ পৰা টিকট পোৱাৰ যোগ্য নহয় চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা আদি বহু অভিযোগ বিজেপিৰ পৰা সদ্য পদত্যাগী নেতা অশোক
READ MORE
লক্ষীপুৰ ধামৰ ৰুপুকুৰা গাঁৱত নিশা প্ৰায় ১১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা বিৰেশ্বৰ হাজঙৰ ঘৰত সৌৰ প্লেট বেয়া হোৱাৰ বাবে নিশাই সেয়া ঠিক কৰিবলৈ বুলি ঘৰৰ চালত উঠি যায়। পিতা বিৰেশ্বৰ হাজং আৰু পুত্ৰ ৰমেন হাজং একেলগে যায় সেই বেয়া হৈ থকা সৌৰ প্লেট ঠিক কৰাৰ বাবে। কিন্তু সৌৰ প্লেট ঠিক কৰি থকাৰ
READ MORE
নিউজ ডেস্কঃ ড০ অনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্ট(ARMT)ৰ প্ৰকল্প সহযোগী সুভাময় ভট্টাচাৰ্যক আজি ARMT-ৰ অধ্যক্ষ ৰজত বৰণ মহন্তই প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ ‘সাংবাদিকতাত উৎকৃষ্টতাৰ ৰাষ্ট্ৰীয় বঁটা-২০২৩’ লাভ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।সোমবাৰে সন্ধিয়া নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) আৰু ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ উপস্থিতিত বিশিষ্ট সাংবাদিক অশোক টেণ্ডনৰ
READ MORE
নিউজ ডেস্কঃ ঐতিহ্যমণ্ডিত তথা গৌৰৱ ধ্বজাবহনকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন অন্যতম ছাত্রাবাস ডাঃ ভুৱনেশ্বৰ বৰুৱা ৪ নং দুমহলীয়া ছাত্রাবাসে ইতিমধ্যেই হীৰক জয়ন্তী বৰ্ষ পাৰ কৰিছে। ১৯৫৯ চনত জালুকবাৰীৰ বুকুত স্থাপিত তথা বহু সোণোৱালী ইতিহাস আৰু বিশেষ কৃতিত্বৰ অধিকাৰী ছাত্রবাসটোৰ আবাসীসকলে সেয়ে পুৰণি স্মৃতিবোৰ পুনৰ জীপাল কৰি তোলাৰ মানসেৰে অহা ১০ আগষ্ট ২০২৪, শনিবাৰে ছাত্ৰাবাসৰ বাকৰিত হীৰক
READ MORE


