
‘কংগ্ৰেছ দলে ট্রেডিং কেলেংকাৰিৰ সঠিক তদন্ত কৰিব বিচৰা নাছিল’‘তদন্ত যাতে হৈ নুঠে, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল’ অনলাইন ট্রেডিঙেই হওক বা আন প্ৰৱঞ্চনাই হওক, ইয়াৰ লগত জড়িত এজনো লোক সাৰি যাব নোৱাৰে।- এই গুৰুত্বপূৰ্ণ মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমত ব্যাপকভাৱে চৰ্চা লাভ কৰা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ ঘটনা সন্দৰ্ভত আজি সাংবাদিকৰ আগত নিজৰ
READ MORE
নিউজ ডেস্কঃ শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ’চিয়েচনৰ উদ্যোগত কালি সন্ধিয়া কলম্বোৰ বিখ্যাত লায়নেল ৱেণ্ট কলা কেন্দ্ৰত “লিৰিকেল লেন্স” নামৰ তথ্যচিত্ৰখনিৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। প্ৰখ্যাত ফটোগ্ৰাফাৰ নলিনী বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা অধ্যাপক অংকুৰণ দত্তৰ। আঠটা দশকৰ দীঘলীয়া কেৰিয়াৰত তিনি লাখতকৈও অধিক ফটোগ্ৰাফ শ্বু’ট কৰা বৰুৱাৰ অভিজ্ঞতাক লৈ নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন, যি কেৱল শিল্পীগৰাকীৰ
READ MORE
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক(NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে কটন বিশ্ববিদ্যালয় উত্তৰ-পূবৰ অতি কম সংখ্যক বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম আৰু ‘নেক’ৰ প্ৰথমটো মূল্যায়ন চক্ৰত ‘এ’ গ্ৰেড লাভ কৰি অসমৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। কটন বিশ্ববিদ্যালয়ে লাভ
READ MORE
মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত অসমৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে ১ ছেপ্টেম্বৰত ৭ম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ কাৰ্যসূচীত ড০ অনামিকা ৰায় মেম’ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা প্ৰস্তুত কৰা এটা ডিজিটেল এনিমেটেড ভিডিঅ’ মুকলি কৰে। মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোৱে পুষ্টি আৰু স্বাস্থ্য সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক মাহজোৰা ৰাজ্যব্যাপী অভিযান আৰম্ভ কৰে।
READ MORE
তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে, এয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতঃ ময়ূৰ বৰগোহাঁইশিৱসাগৰত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইৰ সংবাদমেল শিৱসাগৰত অখিল গগৈ, দেবব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজেপি নেতা ময়ূৰ বৰগোহাঁয়ে। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰ ৰুজু কৰে বিজেপি নেতাগৰাকীয়ে। উল্লেখ্য যে এটা বিশেষ ভিডিঅ’ক লৈ চৰ্চাত আছিল বিজেপি নেতাগৰাকীৰ নাম। ময়ূৰ
READ MORE
🔹উজনিলৈ মাছৰ যোগান বন্ধ কৰা প্ৰসংগঃ🔹মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে অপপ্ৰচাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব জলসম্পদ মন্ত্রী পীযুষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাই সামজিক মাধ্যম ‘এক্স’ত কালি এই কথা ঘোষণা কৰে। উল্লেখ্য যে উজনিৰ পৰা মিঞা খেদা অভিযানৰ পাছত উজনিলৈ মাছ সৰবৰাহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল নগাঁৱৰ দুজন মাছ ব্যৱসায়ীয়ে। উজনিলৈ
READ MORE


