নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা নজনালে খোদ কংগ্ৰেছ নেতাইশীৰ্ষ নেতাই একাষৰীয়া কৰিলে গৌৰৱকবিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা সাধাৰণতে দলৰ কোনো মুখ্য সদস্যৰ ওপজা দিন হ’লে দলীয় নেতা-কৰ্মীসকলে সামাজিক মাধ্যমত শুভেচ্ছা জনোৱাটো এক অঘোষিত নিয়ম। কংগ্ৰেছ, বিজেপি সকলোতে এই নিয়ম প্ৰযোজ্য হৈ আছে। কিন্তু দলৰে সভাপতিগৰাকীক ওপজা দিনৰ শুভেচ্ছা নজনোৱাটোৱে কংগ্ৰেছত যে এক অঘোষিত সংঘাত চলি
READ MORE
‘প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৮ বছৰতেই সুস্থিৰ অৱস্থাত উপনীত হৈছে GST ব্যৱস্থা’‘মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে NextGenGST আশীৰ্বাদ স্বৰূপ’সংশোধিত সামগ্ৰী সেৱা কৰে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তসকলক বিশেষ সকাহ দিবঃ মন্ত্ৰী পীযুষ হাজৰীকা নতুন দিল্লীত অনুষ্ঠিত জিএছটি (GST) পৰিষদৰ বৈঠকত দেশৰ অৰ্থনৈতিক পৰিকাঠামোত এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা
READ MORE
মাদানীৰ সমূহীয়া দোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া বিজেপি চৰকাৰৰ পতন বিচাৰি এইবাৰ দোৱা কৰিছে মৌলানা মাদানীয়ে৷ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে জমিয়ত উলেমাৰ মুৰব্বী মৌলানা আৰ্শ্বাদ মাদানীয়ে কৰিছে সমূহীয়া দোৱা৷ কংগ্ৰেছৰ অতিকৈ আপোন মৌলানা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী যাতে গৌৰৱ গগৈ হয় তাৰ বাবে দোৱা কৰিছে। যিসকলৰ ভূমি কাঢ়িছে, সেইসকলৰো ভূমি আল্লাই যাতে কাঢ়ি নিয়ে
READ MORE
দাসৰ বিৰুদ্ধে একনায়কত্ববাদ, স্বেচ্ছাচাৰীতা, অনুশাসন ভংগ, বিত্তীয় কেলেংকাৰীৰ অভিযোগৰুবুল দাসক অনুসূচিত জাতিৰ বাবে কলংক আখ্যাডিব্ৰুগড়ৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ডিব্ৰুগড় জিলাৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত আয়োজিত এক সংবাদমেলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সংবাদমেলখনত সংগঠনৰ উপ-সভাপতিদ্বয়
READ MORE
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এই অনুষ্ঠানৰ আৰম্ভণিগোলাপ বৰবৰাৰ জীৱন আধাৰিত গ্ৰন্থৰ উন্মোচন ১৯৭৮ চনত মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত গোলাপ বৰবৰা হৈ পৰিছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্রী। আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গোলাপ বৰবৰাস জন্ম শতবার্ষিকী শুভাৰম্ভ কৰি অমিত শ্বাহে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটিৰ উল্লেখ কৰি কয় যে গোলাপ বৰবৰাই মানুহৰ বাবে চিন্তা কৰিছিল।
READ MORE
যোৰহাট, ২৯ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত “তথ্যৰ পৰা খচৰালৈ: শক্তিশালী পাণ্ডুলিপি লিখা আয়ত্ত কৰা” শীৰ্ষক এখন দুদিনীয়া শৈক্ষিক কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, ডিবিটি- নিকেব চেমিনাৰ হলত আয়োজিত কৰ্মশালাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে সঠিকভাৱে তথ্য আহৰণ কৰি ইয়াৰ
READ MORE


