নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি কামৰূপৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। জনসাধাৰণৰ মাজত কৰ্কট ৰোগ সম্পৰ্কীয় ভুল ধাৰণা নোহোৱা কৰি প্ৰয়োজনীয় সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজে কৰ্কট ৰোগত
READ MORE
যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩৫সংখ্যক বাৰ্ষিক উদ্যানশস্য প্রদর্শনী আৰু প্ৰতিযোগিতাখন বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ উদ্যানশস্য কৃষি পামত আজি অনুষ্ঠিত হয়। যোৰহাটৰ লগতে ৰাজ্যৰ ৬ খন জিলা সামৰি অনুষ্ঠিত হোৱা উদ্যানশস্যৰ প্রদর্শনী আৰু প্ৰতিযোগিতাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ উৎপল কটকীয়ে আঁত ধৰা
READ MORE
নতুন দিল্লীত প্রধানমন্ত্রী, বিত্তমন্ত্রীকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰমুখ্যমন্ত্রী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূৰ্বতকৈও অধিক সমৃদ্ধ কৰিবঃ মুখ্যমন্ত্রী ৩ ফেব্ৰুৱাৰী, নতুন দিল্লীঃ কেন্দ্রীয় বাজেট-২০২৫ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি অসমৰ নামৰূপত ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিল্লীত উপস্থিত
READ MORE
প্ৰতিশ্ৰুতি দিয়া অনুসৰি, প্ৰতিশ্ৰুতি পালন কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। আজিৰ পৰা চাৰি তিনিবছৰ আগত নিৰ্বাচনৰ বতৰৰ সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই জাগীৰোডৰ ৰাইজক তিনিটা প্ৰতিশ্ৰুতি দিছিল। জাগীৰোড সমষ্টিৰ লাহৰীঘাটত ১৪ কিলোমিটাৰ মথাউৰি নাছিল। তেওঁৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল যে তেওঁ যদি বিধায়ক নিৰ্বাচিত হয় তেন্তে লাহৰীঘাটৰ সেই মথাউৰি নিৰ্মাণ কৰি দিব। মথাউৰি নথকাৰ বাবে সেই ফালেৰে গোটেই
READ MORE
🔹অসমৰ স্বাস্থ্য খণ্ডত আজি সংযোজিত হ’ল এক নতুন অধ্যায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা🔹ৰাজ্যৰ ১৪সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহির্বিভাগ, ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে প’ৰ্টেল মুকলি, এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ🔹কপিলী নৈৰ ওপৰত জাগী-ভকতগাঁৱৰ দলং মুকলি ১ ফেব্ৰুৱাৰী, গুৱাহাটীঃ জাগীৰোড ৰাজ্যৰ বিভিন্নজন ব্যক্তিৰ পৰা ওপজা
READ MORE
গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আৰু ‘সুৰৰ দেউল’ৰ সহযোগত ২৬ জানুৱাৰী দেওবাৰে উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ‘১০০ সংখ্যক গল্পকথাৰ দিনবোৰ সুঁৱৰি’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশিষ্ট কবি, লেখক অতনু ভট্টাচাৰ্য আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী মিতালি দে’ৰ গল্প
READ MORE


