অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

সমগ্ৰ ভাৰতত সংস্থাপন লাভ কৰা NESCৰ ৬০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ দক্ষ মানুহৰ কেতিয়াও মৰণ নাই। দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ’বলগীয়া নহয়। কেৱল আমি আমাৰ দক্ষতাটো কেনেকৈ সুন্দৰভাৱে এটা ব্যৱস্থাৰ মাজেৰে প্ৰশিক্ষণৰ মাজেৰে আগবঢ়াই নিওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। – এই মন্তব্য অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ নগাঁৱৰ ধিঙত ধাৰাবাহিক ভাৱে সংঘটিত হৈ অহা স্প্ৰে’ চোৰৰ সন্ত্ৰাসৰ বাবে ধিং আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ শ’লগুৰি বামগাঁৱত এগৰাকী ষাঠি উৰ্ধ্বৰ অকলশৰীয়া মহিলাৰ ঘৰত স্প্ৰে’ চতিয়াই মহিলা গৰাকীক অচেতন কৰি নিৰ্যাতন চলাই ঘৰৰ সা সম্পত্তি লুটি নিয়ে ৷ এই ঘটনাৰ চৌবিশ ঘণ্টাৰ পাৰ নহৌতেই যোৱা
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰত বুধবাৰে এটি তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন কৰা হয় । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ পুঁজিৰে পৰিচালিত টৰিয়া সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অংশৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ছয়টা মাণ্ডলিক গৱেষণা কেন্দ্ৰত তৈল নিষ্কাষণ
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ ঐতিহাসিক শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ বৰ্তমানৰ মহলদাৰৰ অনিয়ম, বজাৰৰ ভিতৰৰ কদৰ্য তথা অপৰিস্কাৰ পৰিবেশ আৰু বজাৰৰ ভিতৰৰ হোটেলত গো মাংস বিক্ৰী আদি একাধিক বিষয়ৰ ওপৰত ৰাজহুৱা অভিযোগ পোৱা গৈছে । অভিযোগ মতে, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱা শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ মহলদাৰৰ লগত নগাঁও জিলা
READ MORE
‘অসমত বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪.৫০ লাখ লোক, বিধ্বস্ত হৈছে প্ৰায় ৫৫০ টা বাসগৃহ’নগাঁও জিলাক বানমুক্ত কৰাৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপচাংচকীত নির্মাণ কৰা হ’ব ৬ কিল’মিটাৰ নতুন মথাউৰি অসমত বানপানীৰ দুটাকৈ ৱেভ ইতিমধ্যে পাৰ হৈ গ’ল। এই দুটা ৱেভত প্ৰায় ৪.৫০ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ৫৫০ টা বাসগৃহ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে। এই ঘৰ
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শনিবাৰে মহিলাগৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় ৷ যোৱা ৯ জুলাইৰ নিশা হঠাতে হাৰ্ট এটেক হৈ মৃত্যুক আকোঁৱালি লোৱা মহিলাগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে
READ MORE


