অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

🔹নবীন নগৰ, অনিল নগৰ, জুৰিপাৰ, লিচু বাগানৰ বানাক্ৰান্ত ৰাইজক সাহায্যৰ সামগ্ৰী বিতৰণ যোৱা কেইদিনমানৰ পৰা হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অধিক তৎপৰতাৰে গুৱাহাটীবাসী ৰাইজৰ এই অনাহুত সমস্যাৰ সমাধানৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰি আছে।
READ MORE
▶️ প্ৰতিবছৰে জলসম্পদ বিভাগৰ ২০ গৰাকী অভিযন্তাই আইআইটি গুৱাহাটীৰ অনলাইন এম টেক পাঠ্যক্ৰমত নামভৰ্তি হ’ব▶️ আধুনিক প্ৰযুক্তিবিদ্যাৰে শিক্ষিত হৈ উঠিলে আমাৰ অভিযন্তাসকলে বান নিয়ন্ত্ৰণ ব্যৱস্থাক অধিক উন্নত আৰু কাৰ্যক্ষম ৰূপ দিব পাৰিবঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা অসমত বান আৰু নদী খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে, আজি অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা
READ MORE
🔹একেদিনাই কেইবাটাও অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹হোজাইত নির্মীয়মান মাথাউৰিৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹যমুনামুখত কপিলী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি হোজাই জিলাক বানমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি হোজাই অঞ্চল বানমুক্ত কৰাৰ বাবে মাথাউৰিৰ কাম চলি আছে আৰু আগলৈ কৰিবলৈও
READ MORE
🔹‘ইয়াক আজিয়েই নিলম্বন কৰক, ই ঠিকাদাৰৰ লগত মিতিৰালি কৰে’🔹জলসম্পদ বিভাগৰ অভিযন্তাক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ🔹ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈও নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ‘ইয়াক আজিয়েই নিলম্বন কৰক। ঠিকাদাৰৰ লগত মিতিৰালি কৰে।’- ছিপাঝাৰত দিমিলা নদীৰ মথাউৰিৰ কামত গাফিলতি কৰা অভিযন্তাক এনেদৰে নিলম্বনৰ নিৰ্দেশ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই। মথাউৰিৰ কাম দেখি অসন্তুষ্ট হৈ পৰা মন্ত্ৰীগৰাকীয়ে অন
READ MORE
🔹গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত মুকলি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত ‘ফাগুন বলিছে’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ
READ MORE
🔹যিসকলৰ জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী চিন্তা জাগ্ৰত হোৱা নাই সেইসকল প্রকৃততে দেশদ্ৰোহীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা🔹’৬০ বছৰে কংগ্ৰেছে ভাৰতবৰ্ষক এলাগি কৰি ৰাখিছিল’🔹’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষ্ঠাৰে কাম কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনসাধাৰণ বিশ্বৰ বুকুত সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে’🔹পূব নলবাৰী ৰাজকদমতল-ধমধমাত মিত্ৰজোঁটৰ প্রাৰ্থীৰ হৈ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্রচাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই
READ MORE


